The human face of 'Khaki' uniform has been engraved in the public memory due to the good work done by police especially during this COVID-19 pandemic: PM
Women officers can be more helpful in making the youth understand the outcome of joining the terror groups and stop them from doing so: PM
Never lose the respect for the 'Khaki' uniform: PM Modi to IPS Probationers

নমস্কাৰ!

দীক্ষান্ত পেৰেড সমাৰোহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী অমিত শ্বাহ জী, ড০ জিতেন্দ্ৰ সিং জী, জি কিষাণ ৰেড্ডি জী, চৰ্দাৰ বল্লভ ভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ বিষয়াসকলৰ লগতে যুৱ উৎসাহেৰে ভাৰতীয় আৰক্ষী সেৱাৰ নেতৃত্ব দিয়াৰ বাবে সাজু হোৱা ৭১ আৰআৰৰ মোৰ যুৱ সতীৰ্থসকল৷

ইয়াৰ পৰা উত্তীৰ্ণ সকলো সতীৰ্থক মই প্ৰায় দিল্লীত লগ পাইছো৷ মোৰ সৌভাগ্য আছিল যে মোৰ বাসগৃহলৈ তেওঁলোকক মাতিছিলো, আলাপ–আলোচনা কৰিছিলো৷ কিন্তু ক’ৰোনাক লৈ যি পৰিস্থিতি সৃষ্টি হৈছে, তাৰ বাবে মই এই সূযোগ হেৰুৱালো৷ কিন্তু মোৰ দৃঢ় বিশ্বাস যে এই কাৰ্যকালতে নিশ্চিতভাৱে আপোনালোকৰ সৈতে সাক্ষাৎ হ’ম৷

বন্ধুসকল,

এইটো ঠিক যে এতিয়ালৈকে আপোনালোকে প্ৰশিক্ষাৰ্থী হিচাপে কাম কৰিছে, আপোনালোকৰ এনে লাগিছে এক সুৰক্ষিত পৰিৱেশত কাম কৰিছে৷ আপোনালোকে ভুল কৰিলেও সতীৰ্থই শুদ্ধৰাই ল’ব, আপোনালোকক প্ৰশিক্ষণ দিয়াসকলে চম্ভালি ল’ব৷ কিন্তু নিশাৰ ভিতৰতে স্থিতি সলনি হৈ যাব৷ ইয়াৰ পৰা যেতিয়াই বাহিৰ হ’ব, আপোনালোক সুৰক্ষিত পৰিৱেশত নাথাকে৷ সাধাৰণ লোকে এই অনুভৱ নকৰে বা বুজি নাপাই৷ তেওঁলোকে ক’ব আপুনি ইউনিফৰ্মত আছে চাহাব, মোৰ এই কামটো কিয় হোৱা নাই৷ আপুনিটো চাহাব হয়, এনে কাম কেনেকৈ কৰে? অৰ্থাৎ আপোনাৰ প্ৰতি দৃষ্টি একেবাৰে সলনি হৈ যাব৷

এনেকুৱা সময়য়ত আপুনি কিদৰে নিজক প্ৰস্তুত কৰিব, কিদৰে আপুনি নিজকে তাত কৰ্মক্ষম কৰিব, সেয়া বাৰম্বাৰ চাব৷

মই বিচাৰো আপোনালোক আৰম্ভণিৰে পৰা অধিক সজাগ হ’ব, কিয়নো ফাৰ্ষ্ট ইম্প্ৰশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন৷ যদি আপোনাৰ এখন ছবি প্ৰথমতেই গঢ় লয় যে এইজন এনেকুৱা বিষয়া, তেতিয়া আপোনাক য’লৈকে বদলি নকৰক কিয় সেই ছবি আপোনাৰ লগে লগে ঘূৰি ফুৰিব৷ তেতিয়া তাৰ পৰা আপুনি নিজকে বাহিৰ কৰিবলৈ বহুত সময় লাগিব৷ আপোনালোকে বহু সাৱধানে যত্ন কৰিব৷

দ্বিতীয়তে, সমাজ ব্যৱস্থাৰ এক দোষ আছে৷ আমি যেতিয়া নিৰ্বাচিত হৈ দিল্লীলৈ আহো, তেতিয়া দুই–চাৰিজন লোক আমাৰ আশে–পাশে লাগি থাকে, গম নাপায় তেওঁলোক কোন৷ আৰু কেইদিনমান পাছতে সেৱা কৰিবলৈ লাগি যায়, চাহাব গাড়ীৰ প্ৰয়োজন হ’লে ক’ব, ব্যৱস্থা কৰিব দিম৷ পানী প্ৰয়োজন হ’লে ক’ব চাহাব৷ এইটো কৰক, সেইটো কৰক, এই ভৱনৰ খাদ্য ভাল নহয়, সেইটো ভৱনলৈ যাওনেকি? গম নাপাব, সেই সেৱাদান কোন? আপোনালোকো য’লৈ যাব, এনে একাংশক লগ পাব, আৰম্ভণিতে আপোনাকৰ প্ৰয়োজন হ’ব, কিয়নো নতুন এলেকা৷ কিন্তু যদি এবাৰ সেইবোৰৰ পাকচক্ৰত পৰি যায়, তাৰ পৰা বাহিৰ হোৱাটো কঠিন হৈ পৰে৷ কষ্ট হ’লেও নতুন এলেকাত আৰম্ভণিৰে পৰা নিজ চকুৰে, নিজৰ কানেৰে, নিজৰ মগজুৰে বস্তুবোৰ বুজি পোৱাৰ যত্ন কৰক৷ আৰম্ভণিতে যিমান পাৰি নিজৰ কানত ফিল্টাৰ লগাই দিয়ক৷

আপোনাৰ নেতৃত্বত সফলতা পাবলৈ আৰম্ভণিৰে পৰা আপোনাৰ কানত ফিল্টাৰ লগাই দিয়ক৷ মই এইটো কোৱা নাই যে কান বন্ধ কৰক৷ ইয়াৰ দ্বাৰা কি হ’ব আপোনাৰ কেৰিয়াৰৰ বাবে, আপোনাৰ কৰ্তব্যৰ বাবে, এগৰাকী ব্যক্তি হিচাপে ফিল্টাৰ হোৱা দিশবোৰে আপোনাৰ মগজুলৈ যাব, যিবোৰে বহু কাম কৰিব৷ বহুতে প্ৰথমে যোৱা জনক যিমান পাৰি দমাই ৰাখিব বিচাৰে৷ যিমান ডাঙৰ ব্যক্তি, সিমান ডাঙৰ ডাষ্টবিন বুলি ভাবি লয়৷ আমি সেই আৱৰ্জনা সম্পত্তি বুলি ভাৱো৷ আমি নিজৰ মন মন্দিৰক যিমান পৰিস্কাৰকৈ ৰাখো, সিমানে লাভ হ’ব৷

দ্বিতীয়টো বিষয় হৈছে যে কেতিয়াবা জানো আমি নিজৰ থানাৰ সংস্কৃতিৰ প্ৰতি জোৰ দিছো৷ আমাৰ থানাসমূহক এক সামাজিক বিশ্বাসৰ কেন্দ্ৰ হিচাপে কিদৰে গঢ়িব পাৰি, তাৰ পৰিৱেশ৷ আজি থানা দেখিলে স্বচ্ছতাৰ ভাৱ হয়, এটো সঠিক৷ একাংশ এলেকাত থানাসমূহ বহুত পুৰণি হৈছে, জৰাজীৰ্ণ হৈ আছে, কিন্তু চাফ–চিকুনকৈ ৰখাটো জানো কঠিন কাম৷

আমি সিদ্ধান্ত ল’ম যে মই য’লৈকে যাও, মোৰ অধীনত ৫০, ১০০,২০০ যিমান থানা থাকিব, তাৰ ১২–১৫ দিশ কাগজত লিখি সেইবোৰ সমাধান কৰিম৷ ব্যক্তিক সলনি কৰিব পাৰো বা নোৱাৰো, ব্যৱস্থাক সলনি কৰিব পাৰো৷ মই পৰিৱেশ সলনি কৰিব পাৰো৷ আপোনালোকে এই দিশত অগ্ৰাধিকাৰ দিব পাৰিবনে? আপোনালোকে চাব ফাইল কিদৰে ৰাখিব লাগে, বস্তু কিদৰে ৰাখিব লাগে, কোনোবা আহিলে, তেওঁলোকক মাত দিয়া, বহিবলৈ দিয়া এই সৰু সৰু কামবোৰ আপোনালোকে কৰিব৷

একাংশ আৰক্ষী যেতিয়া নতুন ডিউটিত আহে, তেতিয়া তেওঁ ভাৱে যে মোৰ স্বৰূপ আগতে দেখুৱাই লও৷ জনতাক মই ভয় খুৱাই লও, তেওঁলোকক নিৰ্দেশ দিও৷ যিবোৰ সমাজবিৰোধী লোক আছে, সেইবোৰে মোৰ নামতে কঁপিব লাগিব৷ যিসকলে সিংঘম চিনেমা চাই ডাঙৰ হয়, তেওঁলোকৰ মগজুত এয়া সোমাই যায়৷ তাৰ বাবে কাম কৰাসকলো পলাবলৈ ধৰে৷ আপোনাৰ তলত যদি ১০০–২০০ লোক থাকে, ৫০০ লোক থাকে, তেওঁলোকৰ গুণাগুনৰ কিদৰে সলনি কৰিব, এক ভাল দল কিদৰে বনাব, আপোনাৰ চিন্তাধাৰা অনুসৰি ভাল কৰা, আপুনি চাব, আপোনাৰ চোৱাৰ ধৰণ সলনি হৈ যাব৷

সাধাৰণ জনতাৰ ওপৰত প্ৰভাৱ সৃষ্টি কৰা, সাধাৰণ জনতাৰ প্ৰেমৰ বান্ধোনেৰে বান্ধিব, সেইটো নিজে সিদ্ধান্ত লওক৷ যদি আপুনি প্ৰভাৱ সৃষ্টি কৰে, তেতিয়াহ’লে তেওঁলোকৰ বয়স বহু কম হয়৷ কিন্তু প্ৰেমৰ বান্ধোনেৰে বান্ধে, তেতিয়া আপুনি অৱসৰ লোৱাৰ পাছতো আপোনাৰ প্ৰথম ডিউটি মনত থাকিব, তাৰ লোকসকলে ক’ব যে ২০ বছৰ পূৰ্বে এনে এগৰাকী যুৱ বিষয়া আহিছিল, ভাষা জনা নাছিল কিন্ত তেওঁৰ ব্যৱহাৰে সকলোৰে অন্তৰ জয় কৰিছিল৷ আপুনি এবাৰ সাধাৰণ জনতাৰ অন্তৰ জয় কৰিলে সকলো সলনি হৈ যাব৷

এক পুলিচিঙত মান্যতা আছে, মই যেতিয়া নতুনকৈ মুখ্যমন্ত্ৰী হৈছিলো, তেতিয়া গুজৰাটত দীপাৱলীৰ পাছত নতুন বছৰ আৰম্ভ হয়৷ তেতিয়া আমাৰ তাত এক সৰু অনুষ্ঠান হয়, য’ত আৰক্ষীৰ লোকসকলে দীপাৱলী মিলন কাৰ্যসূচী পাতে আৰু মুখ্যমন্ত্ৰী নিয়মীয়াকৈ যায়, মইও যাও৷ পূৰ্বৰ মুখ্যমন্ত্ৰীসকল সেই অনুষ্ঠানলৈ গ’লে এটা মঞ্চৰ নিৰ্দিষ্ট আসনত বহি ভাষণ দিয়াৰ লগতে শুভকামনা দি গুছি আহে৷ প্ৰথম যেতিয়া মই গ’লো, তেতিয়া সকলোৰে সৈতে হাত মিলাইছো, তেতিয়া এগৰাকী আৰক্ষী বিষয়াই আহি মোক ৰখালে, ক’লে হাত কিয় মিলাইছে চাহাব, হাত নিমিলাব৷ তাত কনিষ্টবলৰ পৰা সৰু–ডাঙৰ প্ৰায় ১০০–১৫০ আৰক্ষী কৰ্মী আছিল৷ মই ক’লো কিয়? তেওঁ ক’লে, চাহাব আপুনি হাত মিলাওতে মিলাওতে ৰাতি আপোনাৰ হাতত ফোঁহা উঠি যাব আৰু চিকিৎসা কৰিব লাগিব৷ মই ক’লো আপুনি এইবোৰ কি ভাবিছে? মই তেওঁলোকৰ সৈতে তেওঁলোকৰ দৰে হাত মিলাম৷ তেওঁলোকৰ চিন্তাধাৰাৰ এনেকুৱাই৷ গালী দিলে যে শীঘ্ৰে কাম কৰিব, সেয়া ভুল ধাৰণা৷

এই ক’ৰোনা কালত এই যি ইউনিফৰ্মৰ ছবি বনোৱা হৈছে, সেয়া বাস্তৱত পুলিচ নহয়৷ তেঁৱো এগৰাকী মানুহ৷ তেঁৱো মানৱতাৰ হিতৰ বাবে নিজৰ কৰ্তব্য সম্পাদন কৰিছে৷ আমি আমাৰ ব্যৱহাৰৰ জৰিয়তে সম্পূৰ্ণ চৰিত্ৰ কিদৰে সলনি কৰিম?

সেইদৰে মই দেখিছো যে সাধাৰণতে ৰাজনৈতিক নেতা আৰু আৰক্ষীৰ মাজত প্ৰতিযোগিতা আৰম্ভ হয়৷ যেতিয়া ইউনিফৰ্মত থাকিম তেওঁলোকৰ এনে লাগে যে মই এনে কাম কৰিম, যাতে ৫–৫০ হাতচাপৰি পাব পাৰো৷

আমি পাহৰিব নালাগে যে আমি এক গণতান্ত্ৰিক ব্যৱস্থাৰ দেশ৷ গণনন্ত্ৰত দল যিয়েই নহওক, জনপ্ৰতিনিধিৰ এক ডাঙৰ গুৰুত্ব আছে৷ জনপ্ৰতিনিধিক সন্মান কৰা মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াক সন্মান কৰা৷ তেওঁলোকৰ সৈতে থকা পাৰ্থক্যৰ এটাই ধৰণ আছে৷ সেই ধৰণে আমি গ্ৰহণ কৰিব লাগিব৷ মই নিজৰ অভিজ্ঞতাৰ পৰা কৈ আছো৷ মই যেতিয়া নতুনকৈ মুখ্যমন্ত্ৰী হৈ আহিছিলো তেতিয়া, এতিয়া আপোনালোকক যিজনে প্ৰশিক্ষণ দিছে, অতুল, তেওঁ মোকো প্ৰশিক্ষণ দিছিল৷ মই তেওঁৰ মাজত সোমাই পৰিছিলো৷ কাৰণ তেওঁ মোৰ নিৰাপত্তাৰ দায়িত্ব আছিল৷ চিএম চিকিউৰিটীৰ দায়িত্বত৷

এদিন কি হ’ল মোৰ তালৈ পুলিচৰ ফ্ৰিলছ মানসিকভাৱে ফিট হোৱা নাই৷ মোৰ বহু অস্বস্তি লাগিছিল, কিন্তু বাধ্য হৈ তাত থাকিব লগা হৈছিল৷ কেতিয়াবা আইন ভংগ কৰি গাড়ীৰ পৰা নামি গৈছিলো, ভিৰৰ মাজত নামি জনসাধাৰণৰ সৈতে হাত মিলাইছিলো৷ তেতিয়া অতুল কাৰৱালে মোৰ পৰা সময় বিচাৰিলে৷ মোৰ চেম্বাৰত লগ কৰিবলৈ আহিল৷ তেওঁৰ মনত আছেন নাই, মই নাজানো৷ তেওঁ নিজৰ বিৰক্তি মোক ক’লে৷ বহু কম বয়সীয়া আছিল, আজিৰ পৰা ২০ বছৰ আগৰ কথা মই কৈছো৷

তেওঁ নিজৰ মুখ্যমন্ত্ৰী চকুত চকু থৈ নিজৰ বিৰক্তি প্ৰকাশ কৰিলে৷ তেওঁ ক’লে চাৰ, আপুনি এনকৈ যাব নোৱাৰে, আপুনি গাড়ীৰ পৰা নিজৰ ইচ্ছামতে নামিব নোৱাৰে, আপুনি ভিৰৰ মাজলৈ যাব নোৱাৰে৷ মই ক’লো ভাই মোৰ জীৱনত তুমি মালিক নেকি? মই কি কৰিব লাগিব, সেয়া তুমি সিদ্ধান্ত ল’বা নেকি? তেওঁ অলপো পিছ হুহকি নগ’ল৷ তেওঁ স্পষ্টকৈ ক’লে যে চাৰ আপুনি ব্যক্তিগত নহয়৷ আপুনি ৰাজ্যৰ সম্পত্তি৷ এই সম্পত্তি চম্ভালাৰ দায়িত্ব মোৰ৷ আপুনি নিয়ম পালন কৰিব লাগিব, মোৰ আহ্বান আৰু মই আপোনাক নিয়ম পালন কৰামেই৷

মই একো নক’লো৷ গণতন্ত্ৰৰ প্ৰতি সন্মান, জনপ্ৰতিনিধিৰ প্ৰতি সন্মান আছিল, তাতোকৈ নিজৰ কৰ্তব্যৰ সন্দৰ্ভত অতি নম্ৰভাৱে নিজৰ কথা কোৱাৰ কৌশলো আছিল৷ মোৰ জীৱনত মুখ্যমন্ত্ৰী হিচাপে আৰম্ভণিৰে সেই ঘটনাটো কিয় আজিও মনত আছে? কাৰণ আৰক্ষী বিষয়াগৰাকীয়ে যিদৰে তথা দৃঢ়তাৰে জনপ্ৰতিনিধিগৰাকীৰ গুৰুত্ব উপলব্ধি কৰিছে, মই ভাৱো প্ৰতিগৰাকী আৰক্ষী বিষয়াৰ বাবে সেয়া কামত আহিব৷ এই দিশবোৰ চাব লাগিব৷

আন এটা বিষয় হৈছে চাওক বৰ্তমান প্ৰযুক্তিৰ যথেষ্ট সুবিধা হৈছে৷ অধিক মাত্ৰাত যি কাম আগতে আমাৰ কনষ্টাবুলাৰী পৰ্যায়ত যি তথ্য গৈছিল, চোৰাংচোৱা হৈছিল, তাৰ দ্বাৰা পুলিচিঙৰ কাম ভালদৰে হৈছিল৷ দুৰ্ভাগ্যজনক ভাৱে তাত অলপ অভাৱ হ’ল৷ এই ক্ষেত্ৰত কেতিয়াও আপোচ নকৰিব৷ কিন্তু বৰ্তমান প্ৰযুক্তি ইমান ব্যাপৰ ৰূপত সৰলীকৰণ হৈছে যে এতিয়া যিমান অপৰাধ চিনাক্ত হয়, তাত প্ৰযুক্তিৰ জৰিয়তে সম্ভৱ হয়৷ সেয়া লাগিলে চিচিটিভিৰ ফুটেজেই হওক, বা মোবাইল ট্ৰেকিঙেই হওক আপোনালোকক যথেষ্ট সহায় কৰে৷ ভাল বস্তু যদিও এই সময়ছোৱাত যিমান আৰক্ষী নিলম্বিত হৈছে, সেয়াও প্ৰযুক্তিৰ বাবেই হৈছে৷ বদমাচী কৰা, খং কৰা, জোখতকৈ বেছি কৰা আদিবোৰ কোনোবাই ভিডিঅ’ কৰি ভাইৰেল কৰে৷ তাৰ পাছত সংবাদমাধ্যমত হেচাত বহু লোকে আৰক্ষীৰ বিৰুদ্ধে ক’বলৈ আৰম্ভ কৰে৷ তাৰ পাছত নিলম্বিত কৰিবলগা হয়৷ আৰু গোটেই কেৰিয়াৰ নষ্ট হৈ যায়৷

অৰ্থাৎ প্ৰযুক্তিয়ে সহায় কৰাৰ লগতে সমস্যাও সৃষ্টি কৰে৷ সেয়েহে আপোনালোকে প্ৰযুক্তি যিমান পাৰি ভাল কামত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যোৰ দিব লাগিব৷ মই দেখিছো আপোনালোক প্ৰযুক্তিৰ ক্ষেত্ৰত পৰা অহা৷ বৰ্তমান তথ্য বিশ্লেষক, বিগ ডাটা, কৃত্ৰিম বুদ্ধিমত্তা, ছ’চিয়েল মিডিয়া এইবোৰ এক হাথিয়াৰ হৈ পৰিছে৷

মই এটা উদাহৰণ দিও৷ যেতিয়া মই মুখ্যমন্ত্ৰী আছিলো, তেতিয়া মোৰ নিৰাপত্তাত এগৰাকী সম্ভৱ কনিষ্টবল আছিল৷ কেন্দ্ৰত ইউপিএ চৰকাৰ আছিল আৰু এটা ইমেইল আছিল, যিটো শুদ্ধ নাছিল৷ ভাৰত চৰকাৰৰ বাবে এয়া চিন্তাৰ বিষয়া আছিল৷ সেই কথা বাতৰিকাকতত ছপা হ’ল৷ মোৰ দলত এগৰাকী দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰা যুৱক আছিল, তেওঁ তাত লাগি পৰিল৷ আপোনালোক অবাক হ’ব যে তেওঁ সেইটো শুধৰাই দিলে আৰু তেতিয়া চাগে গৃহমন্ত্ৰী চিদাম্বৰম জী আছিল, তেওঁ তাক মাতিলে আৰু এখন প্ৰমাণ পত্ৰ দিলে৷ অৰ্থাৎ এনে কিছুমান লোক আছে, যাৰ ওচৰত সমাধান থাকে৷

আমি তেওঁলোকক বিচাৰিব লাগিব, তেওঁলোকক ব্যৱহাৰ কৰিব লাগিব আৰু তেওঁলোকক কামত লগাব লাগিব৷ যদি আপোনালোকে এইটো কৰে, তেতিয়া দেখিব এইবোৰ আপোনালোকৰ অস্ত্ৰ আৰু নতুন শক্তি হৈ পৰিব৷ যদি আপোনাৰ সৈতে ১০০ আৰক্ষী আছে, তেওঁলোকে যদি এই প্ৰযুক্তিৰ ব্যৱহাৰ শিকি লয়, তেতিয়া ১০০০ৰ সমান কাম হ’ব৷

দ্বিতীয়তে, আপোনালোকে দেখিছে যে আগতে প্ৰাকৃতিক দুৰ্যোগ হয়, বহুত বানপানী আহিলে, ভূমিকম্প আহিলে, ডাঙৰ দুৰ্ঘটনা হ’লে ঘূৰ্ণী বতাহ আহিলে, তেতিয়া সাধাৰণতে সেনাৰ লোক তালৈ গৈছিল৷ জনসাধাৰণেও ভাবিছিল যে ভাই সেনাৰ মানুহ আহিল যেতিয়া ডাঙৰ বিপদৰ পৰা ৰক্ষা হ’ব৷ বিগত কেইটামান বছৰৰ এছডিআৰএফ আৰু এনডিআৰএফৰ হৈ আমাৰ আৰক্ষীসকলে কাম কৰি আছে৷ জল, স্থল, শিলাখণ্ড সকলোতে তেওঁলোকে কামত পাৰ্গত হৈছে৷ ইয়াৰ জৰিয়তে আৰক্ষী বাহিনীৰ নতুন পৰিচয় গঢ় লৈ উঠিছে৷

মই আপোনালোকৰ আহ্বান জনাও যে নিজ নিজ এলেকাত এছডিআৰএফ আৰু এনডিআৰএফৰ কামৰ বাবে যিমান দল গঠন কৰিব পাৰে কৰক৷ যেতিয়া যিকোনো প্ৰাকৃতিক দুৰ্যোগ সহজে মোকাবিলা কৰাত সহায় হ’ব৷ বৰ্তমানৰ পৰিপ্ৰেক্ষিতত সেয়া জৰুৰী হৈ পৰিছে৷

গৌৰৱেৰে দেশবাসীয়ে ক’বলৈ লৈছে যে চোৱা ভাই এই সংকট কালত তেওঁলোক আহি গ’ল, ভৱন ভাগি গ’ল, কোনোবা পানীত পৰিল তেওঁৰ ৰক্ষা কৰিলে৷

মই বিচাৰো যে এনেকুৱা বহু ক্ষেত্ৰ আছে, য’ত আপোনালোকে নেতৃত্ব দিব পাৰে৷ আপোনালোকে দেখিছে প্ৰশিক্ষণৰ গুৰুত্ব অধিক৷ আমাৰ অধিকাংশ চৰকাৰী কৰ্মচাৰীয়ে প্ৰশিক্ষণক শাস্তি বুলি ভাৱে৷ প্ৰশিক্ষণত গ’লে এনে হয় কোনো নিষ্কৰ্মা বিষয়া আছিল চাগৈ, এনে মনোভাৱ হয়৷  

অতুল কাৰৱালক আজি মই পুনৰ প্ৰশংসা কৰিব বিচাৰিছো৷ তেঁৱো প্ৰযুক্তিবিদ্যা ক্ষেত্ৰৰ পৰা অহা, একেবাৰে পাৰ্গত হৈ আহিচেস ডাঙৰ সাহসী৷ আৰক্ষীৰ যিকোনো পদ পোৱাটো তেওঁৰ বাবে একো জটিল নহয়৷ কিন্তু আজিৰে পৰা কেইবছৰমান পূৰ্বে হায়দৰাবাদত প্ৰশিক্ষণক নিজে পচন্দ কৰি ল’লে আৰু তাত কাম কৰিলে৷ এইবাৰো নিজে পচন্দ কৰি ইয়াত প্ৰশিক্ষণ দিছে৷

সেইবাৰে ভাৰত চৰকাৰে এক মিচন কৰ্মযোগী দুদিন পূৰ্বে কেবিনেটত অনুমোদন জনাইছে৷ আমি প্ৰশিক্ষণক অধিক গুৰুত্ব দিছো৷ সেয়া এক মিচন কৰ্মযোগী হিচাপে দিব বিচাৰিছো৷ ইয়াৰ আগুৱাই নিব লাগিব৷ মই নিজৰ এক অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিছো৷ মই গুজৰাটত সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে ৭২ ঘণ্টাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলো৷ তাৰ পাছত মই নিজে ইয়াৰ মতামত লৈছিলো৷

যেতিয়া আৰম্ভণি আছিল, তেতিয়া মাত্ৰ ২৫০ লোক আছিল৷ যিসকলে প্ৰশিক্ষণ লৈছিল, মই তেওঁলোকৰ সৈতে সভাত বহিলো, সুধিলো ৭২ঘণ্টা কেনে লাগিল? অধিকাংশই ক’লে চাৰ ৭২ ঘণ্টাৰ সময়সীমা বৃদ্ধি কৰিব লাগে আমাৰ বাবে বহুত উপযোগী হৈছে৷ তাতে এজন আৰক্ষীৰ লোক আছিল, তেওঁ ক’লে চাৰ ইমান দিনলৈকে মই আৰক্ষী আছিলো, ৭২ ঘণ্টাই মোক মানুহ কৰি দিলে৷ এই কথাবোৰ বহু শক্তি আছিল৷ তেওঁ কৈছিল যে কোনো মানি নলৈছিল যে মইও ‘মানুহ’, সকলোৱে মোক আৰক্ষী হিচাপে চাইছিল৷ এই ৭২ঘণ্টাৰ প্ৰশিক্ষণৰ মই অনুভৱ কৰিলো যে মই কেৱল আৰক্ষী নহয়, মই এগৰাকী মানুহ৷

চাওক, প্ৰশিক্ষণত এই শক্তি আছে৷ আমি প্ৰশিক্ষণত একেৰাহে, ইয়াত যেনেকৈ আপোনালোকে নিৰ্দিষ্ট সময় পেৰেড কৰিবই লাগে, আপোনালোকে আপোনালোকৰ স্বাস্থ্যৰ কথা চিন্তা কৰে, নিজৰ লগৰীয়াক সদায় শোধে স্বাস্থ্য কেনে আছে৷ ব্যায়াম কৰিছে নে নাই, ওজন নিয়ন্ত্ৰণত আছেনে নাই, স্বাস্থ্য পৰীক্ষা কৰি আছে নে নাই৷ এই সকলো দিশত গুৰুত্ব দিব কাৰণ আপোনালোকৰ ক্ষেত্ৰ এনেকুৱা যে য’ত শাৰীৰিক সক্ষমতা কেৱল ইউনিফৰ্মতে ভাল দেখাৰ বাবে নহয়৷

আমাৰ শাস্ত্ৰত কৈছে

यत्यत् आचरतिश्रेष्ठः,

तत्तत्एवइतरःजनः,

सःयत्प्रमाणम्कुरुतेलोकः,

तत्अनुवर्तते।।21।।

অৰ্থাৎ শ্ৰেষ্ঠ লোকে যিদৰে আচৰণ কৰে, বাকী লোকেও সেইদৰেই আচৰণ কৰে৷ মোৰ দৃঢ় বিশ্বাস সেই শ্ৰেষ্ঠ শ্ৰেণীত আপোনালোক আছে, আপোনালোকে সেই শ্ৰেষ্ঠতাক সিদ্ধি কৰা শ্ৰেণীত আছে৷ আপোনালোকে এক সুযোগ পাইছে, লগতে দায়িত্বও পাইছে৷ আজি মানৱজাতিয়ে দি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছেস সেই মানৱ জাতিৰ ৰক্ষাৰ বাবে আমাৰ দেশৰ তিৰংগাৰ গৰিমাৰ বাবে, ভাৰতৰ সংবিধানৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণেৰে সেৱাই পৰম ধৰ্ম মনোভাৱেৰে সকলো নিয়মক গুৰুত্ব সহকাৰে লওক৷

মই নিয়মভিত্তিক কাম কৰিম নে ভূমিকাভিত্তিক কাম কৰিম৷ যদি আমি ভূমিকা ভিত্তিক কামক অধিক গুৰুত্ব দিও, তেতিয়া নিয়ম নিজে নিজে অনুসৰণ কৰিব৷ আমাৰ ভূমিকা আমি সম্পূৰ্ণৰূপে পাল কৰিলে জনসাধাৰণৰ মাজত বিশ্বাস বৃদ্ধি পাব৷

মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো আৰু মোৰ বিশ্বাস যে খাকী পোচাকৰ সন্মানৰ বৃদ্ধিৰ বাবে আপোনালোকে চেণ্টাৰ ত্ৰুটি নকৰে৷ মোৰ ফালৰ পৰা আপোনালোকৰ, আপোনালোকৰ পৰিয়াল, আপোনালোকৰ সন্মানৰ বাবে যি দায়িত্ব পালন কৰিব লাগে, তাত কেতিয়াও অৱহেলা নকৰে৷ এই বিশ্বাসেৰে আজি এই শুভক্ষণত আপোলোকক বহুত বহুত শুভকামনা জনাইছো৷

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Raveena Tandon travels in Vande Bharat, hails ‘Make In India’ endeavor

Media Coverage

Raveena Tandon travels in Vande Bharat, hails ‘Make In India’ endeavor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
World leaders congratulate PM Modi on becoming India’s longest serving democratically elected PM in consecutive terms
June 10, 2026

The Prime Minister, Shri Narendra Modi has received congratulatory messages from several Heads of State and Government from across the world on becoming India’s longest continuously serving democratically elected Prime Minister.

Prime Minister of Bhutan H.E, Tshering Tobgay congratulated Prime Minister, Shri Narendra Modi, describing him as a friend, brother and mentor.

“To Prime Minister @narendramodi, My Friend, My Brother, My Mentor.”

President of Sri Lanka, H.E Anura Kumara Dissanayake extended warm congratulations to Prime Minister, Shri Narendra Modi and noted Sri Lanka’s commitment to further strengthening the enduring ties between the two countries. The High Commission of Sri Lanka in India also conveyed President Dissanayake’s message reaffirming the close and enduring partnership between India and Sri Lanka.

“I extend my warm congratulations to Prime Minister @narendramodi on becoming the longest-serving elected Prime Minister in the history of India. Sri Lanka values our close partnership and looks forward to further strengthening the enduring ties between our two nations.”

 “President @anuradisanayake has conveyed warm congratulations to Prime Minister @narendramodi on becoming the longest-serving elected Prime Minister in India's history. The message reaffirms 🇱🇰's commitment to further strengthening the close and enduring partnership between 🇱🇰🤝🇮🇳” 

Prime Minister Malaysia, H.E Anwar Ibrahim of congratulated Prime Minister, Shri Narendra Modi on the historic milestone and described it as a testament to his years of dedicated public service and leadership. He reaffirmed Malaysia’s commitment to strengthening bilateral ties and expanding opportunities for the people of both countries.

“Heartiest congratulations to PM Modi on this historic milestone of becoming India’s longest-serving elected Prime Minister. This achievement stands as a testament to his years of dedicated public service and leadership in advancing India’s development, prosperity and standing on ysia values its close and longstanding friendship with India, and I look forward to continuing our cooperation in strengthening bilateral ties and expanding opportunities for our peoples. I wish PM Modi continued success and the people of India continued peace, progress and prosperity.

#MalaysiaMADANI

#MADANIbekerja

#YakinMADANI”

President of Nigeria, H.E Bola Ahmed Tinubu of congratulated Prime Minister, Shri Narendra Modi on the achievement, noting the trust and confidence reposed in his leadership by the people of India across three consecutive mandates. President Tinubu highlighted Prime Minister Modi’s contribution to strengthening India-Nigeria relations and wished him continued health, wisdom and success.

“I warmly congratulate Prime Minister Narendra Modi @narendramodi on the historic milestone of becoming India’s longest-serving elected Prime Minister.

This remarkable achievement reflects the enduring confidence and trust the people of India have reposed in his leadership over tes. His dedication to public service, commitment to national development, and influential leadership on the global stage continue to inspire millions worldwide.

Beyond being a great friend of Nigeria, Prime Minister Modi is a personal friend and trusted ally whom I can always count on. Over the years, I have come to deeply admire his wisdom, courage, and commitment to the progress and prosperity of his nation.

As a distinguished recipient of Nigeria’s national honour, the Grand Commander of the Order of the Niger (GCON), he has also contributed immensely to strengthening the bonds of friendship and cooperation between our two countries.

On behalf of the Government and people of Nigeria, I wish Prime Minister Modi continued good health, wisdom, and success as he leads India to even greater heights.

— Bola Ahmed Tinubu, GCFR

President, Federal Republic of Nigeria

Presidential Villa, Abuja

June 9, 2026”

President of the Maldives, H.E Dr Mohamed Muizzu conveyed warm congratulations to Prime Minister, Shri Narendra Modi on becoming India’s longest-serving elected Prime Minister by consecutive days in office and expressed his country’s desire to further strengthen cooperation with India based on mutual respect, sovereign equality and shared interests.

“Warm congratulations to His Excellency Prime Minister @narendramodi on becoming India’s longest-serving elected Prime Minister by consecutive days in office.

The Maldives looks forward to further strengthening cooperation with India, guided by mutual respect, sovereign equality, and shared interests.”

President of Kenya, H.E William Samoei Ruto congratulated Prime Minister, Shri Narendra Modi on the historic milestone, describing it as a reflection of the trust and confidence placed in his leadership by the people of India. He also expressed Kenya’s commitment to deepening cooperation with India for the mutual benefit of both nations.

“Congratulations to Prime Minister Narendra Modi on attaining a historic milestone in public service, as today you become the longest-serving elected Prime Minister in India’s history.

This reflects the trust and confidence reposed in your leadership by the people of India across tes in the world’s largest democracy.

Your journey from humble beginnings to this position is a testament to dedication, perseverance and public service.

Kenya values its strong and enduring partnership with India and looks forward to deepening cooperation for the mutual benefit of our peoples.

Best wishes for continued success and service to the people of India.”

President of the Republic of Korea, H.E Lee Jae-myung congratulated Prime Minister, Shri Narendra Modi on becoming the longest-serving Prime Minister in the history of India. He acknowledged Prime Minister Modi’s role in India’s development and progress and expressed confidence in further advancing the Korea-India Special Strategic Partnership.

“이재명 @Jaemyung_Lee (President of South Korea)

“माननीय प्रधानमंत्री @narendramodi

मैं आपको दुनिया के सबसे बड़े लोकतंत्र भारत के सबसे लंबे समय तक सेवा करने वाले प्रधानमंत्री बनने पर हार्दिक बधाई देता हूँ।

आपने कई वर्षों तक भारत के विकास और प्रगति का नेतृत्व किया है तथा अंतरराष्ट्रीय समुदाय में भारत की प्रतिष्ठा को ऊँचा उठाने में महत्वपूर्ण भूमिका निभाई है। मुझे विश्वास है कि यह उपलब्धि भारत के लोगों द्वारा आपके नेतृत्व पर जताए गए भरोसे को दर्शाती है।

अप्रैल में हमने कोरिया-भारत विशेष रणनीतिक साझेदारी को और आगे बढ़ाने तथा विकास और नवाचार से भरे भविष्य के निर्माण के लिए मिलकर काम करने पर सहमति जताई थी। मैं आपके साथ विश्वास और मित्रता को आगे बढ़ाने तथा हमारे दोनों देशों के लोगों के लिए लाभकारी ठोस परिणाम प्राप्त करने की आशा करता हूँ।

मैं आपके उत्तम स्वास्थ्य और भारत के लोगों के सुख, समृद्धि और खुशहाली की कामना करता हूँ।“

Prime Minister of Italy, H.E Giorgia Meloni congratulated Prime Minister, Shri Narendra Modi on becoming the longest-serving elected Prime Minister in India’s history. She recalled their recent meeting in Rome and expressed her commitment to advancing the Special Strategic Partnership between India and Italy for the benefit of both nations and their peoples.

“Giorgia Meloni@GiorgiaMeloni

Translated from Italian

Congratulations to

@narendramodi

who today becomes the longest-serving elected Prime Minister in the history of India.

It has been a pleasure to meet again in Rome in recent weeks and to launch together a Special Strategic Partnership that looks to the future to create new opportunities for our Nations and our peoples.”

Prime Minister of Denmark H.E. Mette Frederiksen congratulated Prime Minister, Shri Narendra Modi on the distinction of being the longest uninterrupted serving democratically elected Prime Minister of India. She expressed her desire to continue working with Prime Minister Modi and to further strengthen and expand the partnership between the two countries into new areas.

“PM Frederiksen: “Congratulations on the distinction of the longest
uninterrupted service as democratically elected PM of India @narendramodi. I look forward to continuing working with you and to further strengthening and expanding our partnership to new areas.” 

President of the Republic of Cyprus, H.E. Nikos Christodoulides congratulated Prime Minister, Shri Narendra Modi on becoming the longest-serving Prime Minister in India’s history. He described the milestone as a reflection of years of dedicated service and leadership. President Christodoulides reaffirmed Cyprus’ commitment to further deepening cooperation with India and strengthening the strategic partnership for the benefit of the peoples of both countries.

“Congratulations to Prime Minister @narendramodi on becoming the longest-serving Prime Minister in India’s history. This remarkable milestone reflects years of dedicated service and leadership. Cyprus values its strategic partnership with India and is committed to further deepening our cooperation for the benefit of our peoples, 🇨🇾🇪🇺🇮🇳”

Prime Minister of Greece, H.E. Kyriakos Mitsotakis congratulated Prime Minister, Shri Narendra Modi on becoming India’s longest-serving elected Prime Minister. He expressed his commitment to further deepening the strategic partnership and cooperation between Greece and India and highlighted the shared objective of building stronger bridges between Europe and Asia for the benefit of their peoples.

“Congratulations @narendramodi on becoming India’s longest-serving elected Prime Minister. I look forward to further deepening our strategic partnership and cooperation. Together, Greece & India will continue building bridges between Europe and Asia for the benefit of our peoples.”