প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ প্ৰভাৱক লৈ আনন্দ প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ সাফল্যই আমাৰ কৃষক ভাই-ভনীসকলৰ মুখত যি হাঁহি আনিছে তাতকৈ অধিক আনন্দ কি হ'ব পাৰে!
এক টুইটযোগে ৰাজ্যসভাৰ সাংসদ শ্ৰী ৰামচন্দ্ৰ জাংৰাই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ লাভালাভৰ বিষয়ে ব্যাখ্যা কৰিছিল।
ৰাজ্যসভাৰ সাংসদগৰাকীৰ টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে লিখিছে -
"প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ দ্বাৰা আমাৰ কৃষক ভাই-ভনীসকলৰ মুখত যি হাঁহি আহিছে তাতকৈ অধিক আনন্দ কি হ'ব পাৰে!"
“प्रधानमंत्री फसल बीमा योजना ने हमारे किसान भाई-बहनों के चेहरों पर जो मुस्कान बिखेरी है, उससे बड़ी खुशी और क्या हो सकती है!”
प्रधानमंत्री फसल बीमा योजना ने हमारे किसान भाई-बहनों के चेहरों पर जो मुस्कान बिखेरी है, उससे बड़ी खुशी और क्या हो सकती है! https://t.co/rO5GQeiUQd
— Narendra Modi (@narendramodi) April 11, 2023


