প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ শ্বট পুট এফ ১১ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত মনু ঘণগছক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
"পুৰুষৰ শ্বট পুট এফ ১১ ইভেণ্টত মনু ঘণগছে অসাধাৰণ প্ৰদৰ্শন কৰি ব্ৰঞ্জৰ পদক জয় কৰিলে। তেওঁৰ প্ৰাপ্তি বাস্তৱতে প্ৰেৰণাদায়ক। তেওঁৰ সকলো পৰিশ্ৰম আৰু সমৰ্পণ সাৰ্থক হৈছে। ভাৰত বাস্তৱতেই উৎসাহিত।
Incredible Bronze by @GhangasMonu in Men's Shot put F11 event. His achievement is truly inspiring. All the hard work and dedication has paid off. India is truly elated. pic.twitter.com/VZN3L9mqZc
— Narendra Modi (@narendramodi) October 23, 2023


