প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশীত তামিল অভিনেতা বিশালৰ সুন্দৰ অভিজ্ঞতাৰ প্ৰশংসা কৰে৷
অভিনেতাগৰাকীৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
“জানি আনন্দিত যে কাশীত আপুনি এক সুন্দৰ অভিজ্ঞতা অৰ্জন কৰিলে৷”
Glad that you had a wonderful experience in Kashi. https://t.co/e74hLfeMj1
— Narendra Modi (@narendramodi) November 2, 2022


