|
ক্ৰমিক নং. |
বুজাবুজি চুক্তিপত্ৰ/চুক্তিপত্ৰ/সন্ধিৰ নাম |
ৰাছিয়া ফেডাৰেছনৰ পৰা বিনিময় কৰা ব্যক্তি |
ভাৰতৰ পৰা বিনিময় কৰা ব্যক্তি |
|
১ |
২০১৯–২০২৩ বৰ্ষৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু এমইএৰ মাজত আলোচনাৰ প্ৰ’ট’ক’ল |
এইচ.ই. ছাৰ্গে লেভ্ৰ’ভ |
শ্ৰীমতী সুষমা স্বৰাজ |
|
২ |
ৰাছিয়ান ফেডাৰেছনৰ অৰ্থনৈতিক বিকাশ মন্ত্ৰালয় আৰু পৰিৱৰ্তিত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (নিটি আয়োগ)ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ |
এইচ.ই. মেক্সিম অ’ৰেশ্বকিন, |
ডঃ ৰাজীৱ কুমাৰ |
|
৩ |
ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰ’)আৰু ৰাছিয়াৰ ফেডাৰেল মহাকাশ সংস্থা‘ROSCOSMOS’ৰ মাজত মহাকাশলৈ মানৱ প্ৰেৰণৰ যৌথ কাৰ্যসূচীৰ বুজাবুজিৰ চুক্তিপত্ৰ |
ডিমিট্ৰি ৰ’গ’জিন |
শ্ৰী বিজয় গোখলে |
|
৪ |
ভাৰতীয় আৰু ৰাছিয়ান ৰে’লৱেৰ মাজত সহযোগিতাৰ চুক্তিপত্ৰ |
অ’লেগ বেল’জেৰ’ভ |
শ্ৰী বিজয় গোখলে |
|
৫ |
পৰমাণু ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰ প্ৰণয়ন আৰু অগ্ৰাধিকাৰৰ কাৰ্যকৰী পৰিকল্পনা |
এলেক্সি লিখাচেভ |
শ্ৰী কে এন ব্যাস |
|
৬ |
ৰাছিয়ান পৰিবহণ মন্ত্ৰালয় আৰু ভাৰতীয় ৰে’লৱেৰ মাজত পৰিবহণ শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তি পত্ৰ |
এইচ.ই. নিকোলাই কুডাছেভ, ভাৰতীয় ৰাছিয়ান ফেডাৰেছনৰ ৰাষ্ট্ৰদূত |
শ্ৰী ডি.বি.ভেংকটেছ ভাৰ্মা |
|
৭ |
ভাৰতৰ নেচনেল স্মল ইণ্ডাষ্ট্ৰীজ কৰ্পৰেচন(এনএছআইচি) আৰু ৰাছিয়ান স্মল এণ্ড মিডিয়াম বিজনেছ কৰ্প’ৰেছন(আৰএছএমবি)ৰ মাজত ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া সংস্থাসমূহৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তি পত্ৰ |
আলেকজেণ্ডাৰ ব্ৰেভাৰমেন |
শ্ৰী ডি.বি.ভেংকটেছ ভাৰ্মা |
|
৮ |
ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড(আৰডিআইএফ); পিজেএছচি ফ’ছ এগ্ৰ’ (ফ’ছ এগ্ৰ’) আৰু ভাৰতীয় পটাছ লিমিটেড(আইপিএল)ৰ মাজত সাৰ খণ্ডত সহযোগিতাৰ চুক্তি |
কিৰিল ডিমিট্ৰিভ |
শ্ৰী ডি.বি.ভেংকটেছ ভাৰ্মা |


