The Covid-19 pandemic has come with whole new set of challenges to Governments across the world in terms of policy-making. India is no exception. Raising enough resources for public welfare while ensuring sustainability is proving to be one of the biggest challenges.

In this back-drop of financial crunch seen across the world, do you know that Indian states were able to borrow significantly more in 2020-21? It would perhaps pleasantly surprise you that states were able to raise an extra Rs 1.06 lakh crores in 2020-21. This significant increase in availability of resources was made possible by an approach of Centre-State bhagidari. 

When we formulated our economic response to the Covid-19 pandemic, we wanted to ensure that our solutions do not follow a ‘one size fits all’ model. For a federal country of continental dimensions, finding policy instruments at the national level to promote reforms by State Governments is indeed challenging. But, we had faith in the robustness of our federal polity and we moved ahead in the spirit of Centre-State bhagidari. 

In May 2020, as part of the Aatmanirbhar Bharat package, the Government of India announced that State Governments would be allowed enhanced borrowing for 2020-21. An extra 2% of GSDP was allowed, of which 1% was made conditional on the implementation of certain economic reforms. This nudge for reform is rare in Indian public finance. This was a nudge, incentivising the states to adopt progressive policies to avail additional funds. The results of this exercise are not only encouraging but also run contrary to the notion that there are limited takers for sound economic policies.

The four reforms to which additional borrowings were linked (with 0.25% of GDP tied to each one) had two characteristics. Firstly, each of the reforms was linked to improving the Ease of Living to the public and particularly the poor, the vulnerable, and the middle class. Secondly, they also promoted fiscal sustainability.

The first reform under the ‘One Nation One Ration Card’ policy required State Governments to ensure that all ration cards in the State under the National Food Security Act (NFSA) were seeded with the Aadhaar number of all family members and that all Fair Price Shops had Electronic Point of Sale devices. The main benefit from this is that migrant workers can draw their food ration from anywhere in the country. Apart from these benefits to citizens, there is the financial benefit from the elimination of bogus cards & duplicate members. 17 states completed this reform and were granted additional borrowings amounting to Rs. 37,600 crores. 

The second reform, aimed at improving ease of doing business, required states to ensure that renewal of business-related licences under 7 Acts is made automatic, online and non-discretionary on mere payment of fees. Another requirement was implementation of a computerized random inspection system and prior notice of inspection to reduce harassment and corruption under a further 12 Acts. This reform (covering 19 laws) is of particular help to micro and small enterprises, who suffer the most from the burden of the ‘inspector raj'. It also promotes an improved investment climate, greater investment and faster growth. 20 states completed this reform and were allowed additional borrowing of Rs. 39,521 crores. 

The 15th Finance Commission and several academics have emphasised the crucial importance of sound property taxation. The third reform required states to notify floor rates of property tax and of water & sewerage charges, in consonance with stamp duty guideline values for property transactions and current costs respectively, in urban areas. This would enable better quality of services to the urban poor and middle class, support better infrastructure and stimulate growth. Property tax is also progressive in its incidence and thus the poor in urban areas would benefit the most. This reform also benefits municipal staff who often face delay in payment of wages. 11 states completed these reforms and were granted additional borrowing of Rs. 15,957 crores. 

The fourth reform was introduction of Direct Benefit Transfer (DBT) in lieu of free electricity supply to farmers. The requirement was for formulation of a state-wide scheme with actual implementation in one district on a pilot basis by year end. Additional borrowing of 0.15% of GSDP was linked to this. A component was also provided for reduction in technical & commercial losses and another for reducing the gap between revenues and costs (0.05% of GSDP for each). This improves the finances of distribution companies, promotes conservation of water and energy and improves service quality through better financial and technical performance. 13 states implemented at least one component, while 6 states implemented the DBT component. As a result, Rs. 13,201 crore of additional borrowings was permitted. 

Overall, 23 states availed of additional borrowings of Rs. 1.06 lakh crores out of a potential of Rs. 2.14 lakh crores. As a result, the aggregate borrowing permission granted to states for 2020-21 (conditional and unconditional) was 4.5% of the initially estimated GSDP. 

For a large nation with complex challenges as ours, this was a unique experience. We have often seen that for various reasons, schemes and reforms remain un-operational often for years. This was a pleasant departure from the past where the Centre & States came together to roll out public friendly reforms in a short span of time amidst the pandemic. This was made possible due to our approach of Sabka Saath, Sabka Vikas and Sabka Vishwas. Officials who have been working on these reforms suggest that without this incentive of additional funds, enactment of these policies would have taken years. India has seen a model of ‘reforms by stealth and compulsion’. This is a new model of ‘reforms by conviction and incentives’. I am thankful to all the states who took the lead in ushering in these policies amidst tough times for the betterment of their citizens. We shall continue working together for the rapid progress of 130 crore Indians.

সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Mann KI Baat Quiz
Explore More
Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi

Popular Speeches

Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi
India achieves 40% non-fossil capacity in November

Media Coverage

India achieves 40% non-fossil capacity in November

Nm on the go

Always be the first to hear from the PM. Get the App Now!
ভাৰতৰ ১০০ কোটি কোভিড প্ৰতিষেধকৰ পালি প্ৰদান সম্পূৰ্ণ হোৱাটোৱে প্ৰমাণ কৰিছে যে জনতাৰ অংশগ্ৰহণেৰে কি অৰ্জন কৰিব পাৰি
October 22, 2021

ভাৰতে টিকাকৰণ আৰম্ভ হোৱাৰ পৰা মাত্ৰ ৯ মাহত অৰ্থাৎ যোৱা ২১ অক্টোবৰত ১০০ কোটি খোৰাকৰ  টিকাকৰণ সম্পূৰ্ণ কৰিলে  ২০২০ চনৰ আৰম্ভণিতে ঘটনাবোৰ যিদৰে সংঘটিত হৈছিল সেয়া যদি আমি সোঁৱৰণ কৰো তেতিয়া দেখিম যে কভিড-১৯-ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ই যেন এক অদ্ভুত যাত্ৰা আছিল ৷ ১০০ বছৰৰ পিছত মানৱতাই এনে এক মহামাৰীৰ সৈতে মোকাবিলা কৰি আছিল যত সকলোৱে এই ভাইৰাছটোৰ বিষয়ে অজ্ঞাত আছিল আমাৰ মনত আছে যে পৰিস্থিতি কিমান অপ্ৰত্যাশিত হৈ পৰিছিলকিয়নো আমি এক অজ্ঞাত আৰু অদৃশ্য শত্ৰুৰ  সন্মুখীন হৈছিলো

 উদ্বেগৰ পৰা আশ্বাসলৈ যাত্ৰা আৰম্ভ হৈছে আৰু বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে আমাৰ দেশক অধিক শক্তিশালী কৰি তুলিছে

 এয়া প্ৰকৃততেই এক অনন্য প্ৰচেষ্টা যত সমাজৰ বিভিন্ন শ্ৰেণীক সামৰি লোৱা হৈছে পৰিমাপৰ অনুমান কৰিবলৈধৰি লওক যে প্ৰতিটো টিকাকৰণত এজন স্বাস্থ্য কৰ্মীৰ বাবে মাত্ৰ ২ মিনিট সময়ৰ প্ৰয়োজন হয়  এই হাৰত এই মাইলৰ খুঁটিত উপনীত হ'বলৈ প্ৰায় ৪১ লাখ মানৱ দিন বা প্ৰায় ১১,০০০ মানৱ বছৰৰ প্ৰয়োজন হয়

 গতি আৰু পৰিমাপ বৰ্তাই ৰখাৰ যিকোনো প্ৰচেষ্টাৰ বাবে সকলো অংশীদাৰীৰ আত্মবিশ্বাস অতিশয় গুৰুত্বপূৰ্ণ অভিযানটোৰ সফলতাৰ এটা কাৰণ আছিল যে এই প্ৰতিষেধকৰ প্ৰতি মানুহৰ বিশ্বাস আছিল আৰু অবিশ্বাস আৰু আতংক সৃষ্টি কৰাৰ বিভিন্ন অপপ্ৰচেষ্টা স্বত্বেও প্ৰক্ৰিয়াটো ক্ৰমবৰ্ধমান হৈছিল ৷

 আমাৰ মাজত এনে কিছুমান লোক আছে যিয়ে কেৱল দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবেও বিদেশী ব্ৰেণ্ডৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু কভিড-১৯ৰ প্ৰতিষেধকৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত ভাৰতৰ জনসাধাৰণে   'মেড ইন ইণ্ডিয়াপ্ৰতিষেধকৰ ওপৰত বিশ্বাস কৰিছিল এইটো এটা গুৰুত্বপূৰ্ণ দৃষ্টান্তমূলক পৰিৱৰ্তন

 ভাৰতৰ প্ৰতিষেধক অভিযান হৈছে নাগৰিক আৰু চৰকাৰে জনসাধাৰণৰ অংশগ্ৰহণৰ ভাৱনাৰে এক উমৈহতীয়া লক্ষ্যৰ দ্বাৰা ভাৰতে কি অৰ্জন কৰিব পাৰে তাৰে এক উদাহৰণ ৷ যেতিয়া ভাৰতে টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছিলতেতিয়া বহুতে ১৩০ কোটি ভাৰতীয়ৰ সামৰ্থ্যৰ ওপৰত সন্দেহ কৰিছিল কিছুমানে কৈছিল যে ভাৰতক ইয়াৰ বাবে ৩-৪ বছৰ সময়ৰ প্ৰয়োজন হব আন কিছুমানে কৈছিল যে মানুহে টিকাকৰণৰ বাবে আগবাঢ়ি নাহে কিছুমান মানুহে কৈছিল যে টিকাকৰণ প্ৰক্ৰিয়াত ব্যাপক অব্যৱস্থা আৰু বিশৃংখলতা থাকিব কিছুমানে আনকি ইয়াকো কৈছিল যে ভাৰতে যোগান শৃংখলাটো পৰিচালনা কৰিবলৈ সক্ষম নহ' কিন্তু জনতা কাৰ্ফিউ আৰু ক্ৰমানুসাৰ লকডাউনৰ সৈতে সহযোগিতা কৰি ভাৰতৰ জনসাধাৰণে দেখুৱাই দিছিল যে যদি তেওঁলোকক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে বিবেচনা কৰা হয় তেন্তে ফলাফল কিমান চমৎকাৰ হ'ব পাৰে

 যেতিয়া সকলোৱে একেলগে আগবাঢ়ে  তেতিয়া অসম্ভৱ একো নহয় আমাৰ স্বাস্থ্য কৰ্মীসকলে জনসাধাৰণক প্ৰতিষেধক প্ৰদান কৰিবলৈ পাহাৰ অতিক্ৰম কৰিছে আৰু বিশাল নদীও পাৰ হৈছে আমাৰ যুৱসমাজসমাজকৰ্মীস্বাস্থ্য কৰ্মীসামাজিক তথা ধৰ্মীয় নেতা সকলোৱে এই কথাৰ বাবে কৃতিত্বৰ যোগ্য যে ভাৰতে উন্নত দেশবোৰৰ তুলনাত খুব কমেইহে প্ৰতিষেধক দ্বিধাৰ সন্মুখীন হৈছে

 টিকাকৰণত বিভিন্ন গোটক বিশেষ অগ্ৰাধিকাৰ দিয়াৰ বাবে যথেষ্ট চাপ আহিছিল যদিও চৰকাৰে এয়া নিশ্চিত কৰিছিল যে আমাৰ অন্যান্য আঁচনিৰ দৰেটিকাকৰণ অভিযানতো কোনো ভিআইপি সংস্কৃতি নাই

 ২০২০ চনৰ আৰম্ভণিতে যেতিয়া সমগ্ৰ বিশ্বত কভিড-১৯ৰ প্ৰাদুৰ্ভাৱ আছিলআমাৰ বাবে এইটো স্পষ্ট হৈ আছিল যে এই মহামাৰীটোৰ বিৰুদ্ধে প্ৰতিষেধকৰ সহায়েৰেহে যুঁজিব লাগিব আমি সোনকালে প্ৰস্তুতি আৰম্ভ কৰিলো আমি বিশেষজ্ঞ গোট গঠন কৰিছিলো আৰু এপ্ৰিল ২০২০ ৰ পৰা এটা ৰোডমেপ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিলো

যিখন দেশত চৰকাৰক উন্নয়নৰ বাধা হিচাপে জনা গৈছিল সেইখন দেশত আমাৰ চৰকাৰ প্ৰগতিৰ সাধক হৈ আহিছে চৰকাৰে প্ৰথম দিনৰ পৰাই প্ৰতিষেধক নিৰ্মাতাসকলৰ সৈতে অংশীদাৰীত্ব স্থাপন কৰিছিল আৰু তেওঁলোকক প্ৰতিষ্ঠানগত সমৰ্থনবৈজ্ঞানিক গৱেষণাপুঁজিলগতে ত্বৰান্বিত নিয়ামক প্ৰক্ৰিয়া হিচাপে সমৰ্থন প্ৰদান কৰিছিল চৰকাৰৰ সকলো মন্ত্ৰালয় প্ৰতিষেধক নিৰ্মাতাসকলৰ সুবিধাৰ বাবে ঐক্যৱদ্ধ হৈছিল আৰু আমাৰ 'সমগ্ৰ চৰকাৰদৃষ্টিভংগীৰ ফলস্বৰূপে যিকোনো বাধা আঁতৰ হৈছিল


ভাৰতৰ দৰে এখন দেশত পৰিমাপক হিচাপত কেৱল উৎপাদন কৰাই যথেষ্ট নহয় শেষৰজন লোকলৈ ইয়াৰ বিতৰণ আৰু সুদৃঢ় লজিষ্টিকৰ ওপৰতো গুৰুত্ব দিয়া উচিত বিদ্যমান প্ৰত্যাহ্বানবোৰ বুজিবলৈপ্ৰতিষেধকৰ এটা বটলৰ যাত্ৰাটো কল্পনা কৰক বটলটো পুণে বা হায়দৰাবাদৰ প্ৰকল্পৰ পৰা যিকোনো ৰাজ্যৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় য'ৰ পৰা ইয়াক জিলা কেন্দ্ৰলৈ পৰিবহণ কৰা হয় তাৰ পৰা ই টিকাকৰণ কেন্দ্ৰত উপস্থিত হয় এই যাত্ৰাত বিমান আৰু ৰেলৰ হাজাৰ হাজাৰ ভ্ৰমণ অন্তৰ্ভুক্ত আছে এই সমগ্ৰ যাত্ৰাৰ সময়ততাপমাত্ৰা এক নিৰ্দিষ্ট পৰিসৰত বজাই ৰাখিব লাগিব যাক কেন্দ্ৰীয়ভাৱে নিৰীক্ষণ কৰা হয় এই উদ্দেশ্যৰ বাবে ১ লাখতকৈও অধিক শীতল শৃংখলা সঁজুলি ব্যৱহাৰ কৰা হৈছিল ৰাজ্যসমূহক প্ৰতিষেধকৰ বিতৰণ কাৰ্যসূচীৰ আগতীয়াকৈ জাননী দিয়া হৈছিল যাতে তেওঁলোকে তেওঁলোকৰ অভিযানটোৰ এক সুন্দৰ পৰিকল্পনা কৰিব পাৰে আৰু প্ৰতিষেধকবোৰ যাতে পূৰ্ব নিৰ্ধাৰিত দিনৰ ভিতৰত তেওঁলোকৰ ওচৰলৈ উপস্থিত হয় স্বাধীন ভাৰতৰ ইতিহাসত এইটো এক অভূতপূৰ্ব প্ৰচেষ্টা


এই সমগ্ৰ প্ৰয়াসত কো-উইনৰ এক শক্তিশালী কাৰিকৰী মঞ্চই সহায় কৰিছিল ই নিশ্চিত কৰিছিল যে প্ৰতিষেধকৰ অভিযানটো ন্যায়সংগতপৰিমাপযোগ্যঅনুসৰণযোগ্য আৰু স্বচ্ছ হোৱাটো এইটোৱে নিশ্চিত কৰিছিল যে ইয়াত পক্ষপাতিত্ব বা শাৰীৰ মাজৰ পৰা থপিয়াই অনাৰ কোনো অৱকাশ নাছিল ই লগতে নিশ্চিত কৰিছিল যে এজন দৰিদ্ৰ শ্ৰমিকে প্ৰয়োজনীয় সময়ৰ ব্যৱধানৰ অন্তত তেওঁৰ গাঁৱত প্ৰথম পালি আৰু তেওঁ কাম কৰা চহৰত একেটা প্ৰতিষেধকৰ দ্বিতীয় পালি যাতে গ্ৰহণ কৰিব পাৰে স্বচ্ছতা বৃদ্ধি কৰাৰ বাবে বাস্তৱিক-সময়ৰ ডেশ্বব'ৰ্ডৰ উপৰিওকিউআৰ-কোডযুক্ত প্ৰমাণপত্ৰই প্ৰমাণীকৰণ নিশ্চিত কৰিছে কেৱল ভাৰততে নহয় বিশ্বতো এনে ধৰণৰ প্ৰচেষ্টাৰ আন কোনো উদাহৰণ নাই


২০১৫ চনত স্বাধীনতা দিৱসৰ সময়ত মোৰ ভাষণত মই কৈছিলো যে 'টীম ইণ্ডিয়া'ৰ বাবে আমাৰ দেশ আগবাঢ়িব ধৰিছে আৰু এই 'টীম ইণ্ডিয়াআমাৰ ১৩০ কোটি জনতাৰ এক বৃহৎ দল জনসাধাৰণৰ অংশগ্ৰহণ হৈছে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি যদি আমি ১৩০ কোটি ভাৰতীয়ৰ অংশগ্ৰহণেৰে দেশখন পৰিচালনা কৰো তেন্তে আমাৰ দেশে প্ৰতি মুহূৰ্ততে ১৩০ কোটি খোজ আগুৱাব পাৰিব আমাৰ টিকাকৰণ অভিযানে আকৌ এবাৰ এই 'টীম ইণ্ডিয়া'ৰ শক্তি প্ৰদৰ্শন কৰিছে টিকাকৰণ অভিযানত ভাৰতৰ সফলতাই সমগ্ৰ বিশ্বক দেখুৱাইছে যে 'গণতন্ত্ৰই ৰক্ষা কৰিব পাৰে'


মই আশা কৰোঁ যে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানত অৰ্জন কৰা সফলতাই আমাৰ যুৱসমাজআমাৰ উদ্ভাৱক আৰু সকলো পৰ্যায়ৰ চৰকাৰক লোকসেৱা প্ৰদানৰ নতুন মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব যি কেৱল আমাৰ দেশৰ বাবেই নহয়বিশ্বৰ বাবেও এক আৰ্হি হ'