প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্বচ্ছ ভাৰত মিছনে আমাৰ দৰিদ্ৰ মাতৃ-ভগ্নীসকলৰ জীৱন শক্তিশালী কৰি তোলাটো সমগ্ৰ দেশৰ বাবে আনন্দৰ বিষয়।
শ্ৰী মোদীয়ে দৰিদ্ৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে শৌচালয়ৰ গুৰুত্ব প্ৰদৰ্শন কৰা এটা সৃষ্টিশীল ভিডিঅ' ক্লিপো শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
‘স্বচ্ছ ভাৰত মিছনে আমাৰ দৰিদ্ৰ মাতৃ-ভগ্নীসকলৰ জীৱন শক্তিশালী কৰি তোলাটো সমগ্ৰ দেশৰ বাবে আনন্দৰ বিষয়।’
देशभर के लिए यह हर्ष का विषय है कि स्वच्छ भारत मिशन ने हमारी गरीब माताओं और बहनों के जीवन को सशक्त बनाने का काम किया है... pic.twitter.com/bv3KRrPqtP
— Narendra Modi (@narendramodi) April 6, 2023


