প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ নাগৰিকক ‘স্বচ্ছতাই সেৱা’ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই ইয়াক সামূহিক দায়বদ্ধতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ মনোভাৱক প্ৰতিফলিত কৰা এক প্ৰেৰণাদায়ী পদক্ষেপ বুলি অভিহিত কৰে।
আজি এক্স-ৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“এই স্বচ্ছতাৰ পদক্ষেপ অতিশয় উৎসাহজনক। মই অধিক সংখ্যক লোকক এই অভিযানত যোগদানেৰে ইয়াক সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছোঁ।
swachhatahiseva.gov.in”
स्वच्छता से जुड़ी यह पहल बहुत उत्साहित करने वाली है। मेरा आह्वान है कि अधिक से अधिक लोग इस अभियान से जुड़ें और इसे सफल बनाएं।https://t.co/3dRWSUiDjy pic.twitter.com/xfCzdepe2C
— Narendra Modi (@narendramodi) September 23, 2025


