‘বন্দে ভাৰত’ ৰে’লত ভ্ৰমণৰ প্ৰতি এগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰা আগ্ৰহ আৰু গৌৰৱবোধক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে।
এগৰাকী ভ্ৰমণকাৰীৰ এক ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"হয়, সঁচাকৈয়ে বহুদূৰ আগবাঢ়িছে। আৰু, বহুদূৰ আগবাঢ়িবলৈয়ো আছে। মই ‘বন্দে ভাৰত’ত ভ্ৰমণৰ বাবে থকা আপোনাৰ আগ্ৰহ আৰু গৌৰৱবোধক প্ৰশংসা কৰিছো।"
Yes, a long way indeed. And, a long way ahead as well. I admire your passion for travel and pride towards Vande Bharat. https://t.co/SegFpdTfzJ
— Narendra Modi (@narendramodi) February 16, 2023


