প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সবলীকৰণৰ বাবে চৰকাৰৰ অটল প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে, যিয়ে চাকৰি সৃষ্টি, উদ্ভাৱন, আৰু অৰ্থনৈতিক সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে বছৰ বছৰ ধৰি চৰকাৰে ঋণৰ সুবিধা সহজ কৰি তুলিবলৈ, বজাৰৰ সংযোগ সম্প্ৰসাৰণ কৰিবলৈ, আৰু এম এছ এম ইসমূহৰ বাবে কাৰ্য্যকৰী বোজা হ্ৰাস কৰিবলৈ ধাৰাবাহিক সংস্কাৰৰ ব্যৱস্থা  প্ৰৱৰ্তন কৰিছে। #নেক্সটজেন জিএছটি পদক্ষেপৰ অধীনত শেহতীয়া জি এছ টিৰ সংস্কাৰসমূহে এই যাত্ৰাক এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।

 

এক্সত শ্ৰী শ্যাম শেখৰৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়-

 

“এম এছ এম ই হৈছে আমাৰ অৰ্থনীতিৰ মেৰুদণ্ড, যিয়ে চাকৰিৰ সৃষ্টি কৰে আৰু বৃদ্ধিৰ সূচনা কৰে।

 

সহজ ঋণৰ পৰা আৰম্ভ কৰি বহল বজাৰত প্ৰৱেশলৈকে প্ৰতিটো সংস্কাৰৰ লক্ষ্য হৈছে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ক শক্তিশালী কৰা।

 

শেহতীয়া জি এছ টি পৰিৱৰ্তনে এই গতিক  ওপৰত যুক্তিসংগত কৰি, অনুসৰণ সৰল কৰি  সমগ্ৰ ভাৰতত উদ্যোগসমূহক উন্নীত কৰিছে।

 

#NextGenGST”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi