প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জল জীৱন অভিযানৰ অধীনত ১২ কোটি গৃহস্থীক টেপৰ পানীৰ সংযোগ প্ৰদানৰ কৃতিত্বক প্ৰশংসা কৰিছে।
কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ এটা টুইট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
“এই বিশেষ কৃতিত্বৰ বাবে অলেখ অভিনন্দন জনালোঁ! গ্ৰামাঞ্চলৰ জনতা আৰু দৰিদ্ৰ লোকসকলৰ প্ৰয়োজনীয় প্ৰতিটো সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাৰ ফলে চৰ্চা লাভ কৰাটো সন্তোষৰ কথা।”
इस शानदार उपलब्धि के लिए बहुत-बहुत बधाई! यह अत्यंत खुशी की बात है कि गांवों और गरीबों तक हर जरूरी सुविधा पहुंचाने के हमारे प्रयासों के सुपरिणाम निरंतर सामने आ रहे हैं। https://t.co/Jbl3V711I1
— Narendra Modi (@narendramodi) May 17, 2023


