প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশ দিৱসৰ দিনা উত্তৰ প্ৰদেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"উত্তৰ প্ৰদেশ দিৱসত উত্তৰ প্ৰদেশৰ জনসাধাৰণলৈ শুভেচ্ছা। যোৱা কেইবছৰমানত, ৰাজ্যখনৰ উন্নয়নে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। উত্তৰ প্ৰদেশৰ মানুহে বহুতো ক্ষেত্ৰত এক উদাহৰণ স্থাপন কৰিছে। দেশৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা এই ৰাজ্যখনে সমৃদ্ধি অব্যাহত ৰাখিব বিচাৰে বুলি মই কামনা কৰিছো।"
उत्तर प्रदेश दिवस पर यहां के लोगों को ढेरों शुभकामनाएं। बीते कुछ वर्षों में राज्य के विकास ने हर किसी का ध्यान अपनी ओर खींचा है। यूपी के लोगों ने कई क्षेत्रों में मिसाल कायम की है। मैं देश की प्रगति में अहम योगदान दे रहे इस प्रदेश की निरंतर समृद्धि की कामना करता हूं।
— Narendra Modi (@narendramodi) January 24, 2023


