প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়া কাপ ২০২৫ত চমকপ্ৰদ বিজয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখে-
“খেলপথাৰতো “#OperationSindoor.
ফলাফল একেই-ভাৰতৰ জয়!
আমাৰ ক্ৰিকেটাৰসকলক অভিনন্দন।”
#OperationSindoor on the games field.
— Narendra Modi (@narendramodi) September 28, 2025
Outcome is the same - India wins!
Congrats to our cricketers.


