শ্ৰী কান্তিসেন শ্ৰফ(কাকা)ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, শ্ৰী কান্তিসেন শ্ৰফ এগৰাকী দয়ালু হৃদয়ৰ ব্যক্তি আছিল, তদুপৰি তেওঁ গুজৰাটৰ এগৰাকী সফল উদ্যোগপতিও আছিল, যিয়ে ক্ষুদ্ৰ কাৰিকৰসকলৰ অৰ্থনৈতিক উত্তৰণৰ বাবে বহুখিনি অৰিহণা আগবঢ়াইছিল।
ગુજરાતના એક સેવાભાવી શ્રેષ્ઠી શ્રી કાન્તિસેન શ્રોફ (કાકા)ના નિધનથી અત્યંત દુ:ખ થયું. એક સફળ ઉદ્યોગપતિ હોવા ઉપરાંત નાના કલા-કારીગરો માટે એમણે કરેલું પ્રદાન દીર્ઘકાળ સુધી યાદ રહેશે. મારી શ્રદ્ધાંજલિ. ૐ શાંતિ: ||
— Narendra Modi (@narendramodi) May 13, 2021


