প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত পুৰুষৰ ১৫০০ মিটাৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে জিনচন জনছনক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“বিশাল মঞ্চত ব্ৰঞ্জেৰে উজ্বলিছে! পুৰুষৰ ১৫০০ মিটাৰ ফাইনেলত এক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে জিনচন জনছনক শুভেচ্ছা জনাইছো। তেওঁ সদায়ে গৌৰৱৰ নতুন উচ্চতা অৰ্জন কৰক।”
Excelling on the grand stage with a Bronze! Huge applause to @JinsonJohnson5 for an outstanding performance in Men's 1500m Finals. May he always scale new heights of glory. pic.twitter.com/EFbxRnJmsO
— Narendra Modi (@narendramodi) October 1, 2023





