PM Modi inaugurates first Uttarakhand Investors Summit in Dehradun
Potential, Policy and Performance are the key sources of our progress: PM Modi
Doing business has become easier in India due to Insolvency & Bankruptcy Code. The banking system has also got strengthened: PM Modi
PM Modi says Housing for All, Power for All, Clean Fuel for All, Health for All, Banking for All and other schemes by the Govt are helping it reach the target
PM Modi says #AyushmanBharat will help in building hospitals in tier II and tier III cities and will also help in improving the medical infrastructure
PM Modi urges Investors to Make in India, not only for India but for the whole World

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনত ডেষ্টিনেচন উত্তৰাখণ্ডঃ বিনিয়োগকাৰীৰ সন্মিলন ২০১৮ত ভাষণ প্ৰদান কৰে৷

তেওঁ কয় যে ভাৰতৰ দ্ৰুত গতিত পৰিৱৰ্তন হ’বলৈ ধৰিছে৷ তেওঁ কয় যে অনাগত দহ বছৰৰ ভিতৰত ভাৰতক বিশ্বৰ উত্তৰণৰ এক প্ৰধান চালিকা শক্তি বুলি গণ্য কৰা হ’ব৷ 

এই সন্দৰ্ভত তেওঁ ভাৰতে ইজ অৱ ডুয়িং বিছনেছত ৪২তম স্থান আগুৱাই অহা কথাটো উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কৰৰ ক্ষেত্ৰত কৰা সংশোধনীসমূহৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে দেউলীয়া আৰু ঋণ অপৰিশোধৰ আইনৰ জৰিয়তে ব্যৱসায় বৰ্তমান সহজ হৈ পৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পিছত কৰ সংশোধনীৰ ক্ষেত্ৰত জিএছটি এক বৃহৎ পদক্ষেপ৷ তেওঁ কয় যে এই কৰ সংশোধনীয়ে দেশক একক বজাৰলৈ পৰিৱৰ্তিত কৰি কৰ বৃদ্ধিত সহায় কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি ক্ষেত্ৰত হোৱা দ্ৰুত উত্থানৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ পথ নিৰ্মাণ, ৰে’লৱে পথ নিৰ্মাণ, নতুন মেট্ৰ’ ব্যৱস্থা, উচ্চ গতিৰ ৰে’ল প্ৰকল্ৰ আৰু সমৰ্পিত মালবাহীৰ কথা উল্লেখ কৰে৷ 

প্ৰধানমন্ত্ৰীয়ে বিমান খণ্ড, গৃহ প্ৰদান, শক্তি, স্বচ্ছ ইন্ধন, স্বাস্থ্য আৰু জনতালৈ প্ৰদান কৰা বেংক সেৱা কথাও উল্লেখ কৰে৷ তেওঁ কয় যে শেহতীয়াকৈ মুকলি কৰা আয়ুষ্মান ভাৰতে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহৰ চিকিৎসা আন্তঃগাঁথনিৰ বিকাশ উত্তৰণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰত বিনিয়োগকাৰীৰ বাবে উপযুক্ত স্থান আৰু ‘ডেষ্টিনেচন উত্তৰাখণ্ড’ই সেই উদ্দীপনাকে প্ৰতিনিধিত্ব কৰিছে৷ তেওঁ ৰাজ্যখনত বিনিয়োগকাৰীৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ লগতে ৰাজ্যখনত যোগাযোগৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহ তথা চাৰ-ধাম অল ৱেডাৰ প্ৰকল্প, ঋষিকেশ-কামপ্ৰয়াগ ৰে’লৱে লাইন প্ৰকল্পৰ বিষয়েও উল্লেখ কৰে৷ ৰাজ্যখনত পৰ্যটনৰ প্ৰভূত অৱকাশ আছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

প্ৰধানমন্ত্ৰীয়ে খাদ্য সংসাধন আৰু পুনৰ নৱীকৰণ শক্তি ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ শেষত তেওঁ ‘‘মেক ইন ইণ্ডিয়া’’ পদক্ষেপৰ সাফল্যসমূহৰ বিষয়ে আলোকপাত কৰে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government eases defence export SOP to help local manufacturers tap global market

Media Coverage

Government eases defence export SOP to help local manufacturers tap global market
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”