প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী ভ্ৰমণ কৰে৷
তেওঁ প্ৰায় ২৪০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ইয়াক ৰাষ্ট্ৰলৈ উচৰ্গাও কৰে৷
তেওঁ গংগা নদীত অৱস্থিত মাল্টিমডেল টাৰ্মিনেলটো ৰাষ্ট্ৰলৈ উচৰ্গা কৰাৰ লগতে প্ৰথমটো কণ্টেইনাৰ কাৰ্গ’ক আদৰণি জনায়৷ তেওঁ বাৰাণসী ৰিং পথৰ প্ৰথম পৰ্যায় তথা ৫৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ববতপুৰ–বাৰাণসী অংশৰ চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণ আৰু বিকাশ মুকলি কৰে৷ ইয়াৰোপৰি তেওঁ বাৰাণসীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মুকলিও কৰে৷
এখন বিশাল জনসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় য়ে আজিৰ দিনটো কাশীৰ বাবে, পূৰ্বাঞ্চলৰ বাবে,পূব ভাৰতৰ বাবে আৰু বিশেষকৈ সমগ্ৰ ভাৰতৰ বাবে এক ঐতিহাসিক দিন৷ তেওঁ কয় যে যি উন্নয়ন আজি সম্পন্ন হৈছে সেয়া দহ বছৰ পূৰ্বেই হ’ব লাগিছিল৷ তেওঁ কয় যে বাৰাণসীৰ সৈতে সমগ্ৰ দেশে এতিয়া পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিয়ে পৰিবহণৰ ৰূপ কিদৰে পৰিৱৰ্তন কৰিব পাৰে সেই ঘটনাৰ সাক্ষী হৈছে৷
বাৰাণসীত আহি উপস্থিত হোৱা প্ৰথমটো অন্তৰ্দেশীয় কণ্টেইনাৰ ভেছেলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই জলপথৰ জৰিয়তে এতিয়াৰে পৰা উত্তৰ প্ৰদেশৰ পূব অংশ বংগোপ সাগৰৰ সৈতে সংযোজিত হ’ল৷
তেওঁ আজি আধাৰশিলা স্থাপন কৰিবলগীয়া নমামি গংগেৰ সৈতে সম্বন্ধীয় বিভিন্ন প্ৰকল্প, পথৰ প্ৰকল্পৰ কথাও উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীয়ে অন্তৰ্দেশীয় জলপথে সময় আৰু ধন ৰাহি কৰাৰ লগতে পথৰ ভিৰ তথা ইন্ধনৰ ব্যয় আৰু প্ৰদূষণ হ্ৰাস কৰিব বুলি মন্তব্য কৰে৷
তেওঁ কয় যে বাৰাণসীৰ সৈতে ববতপুৰ বিমানবন্দৰ সংযোগী পথটোৱে ভ্ৰমণৰ সুবিধা প্ৰদান কৰাৰ লগতে পৰ্যটককো আকৰ্ষণ কৰিবলৈ সমৰ্থ হ’ব৷
প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত চাৰিটা বৰ্ষত আধুনিক আন্তঃগাঁথনি তীব্ৰ গতিত নিৰ্মাণ কৰা হৈছে৷ তেওঁ কয় যে দুৰ্গম অঞ্চলত বিমানবন্দৰ স্থাপন, উত্তৰ পূৰ্বাঞ্চললৈ ৰে’লৰ সংযোগ, গ্ৰামীণ পথ তথা ঘাইপথসমূহ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এক পৰিচয় হিচাপে বিবেচিত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে নমামি গংগেৰ অধীনত প্ৰকল্পসমূহৰ বাবে ২৩,০০০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে৷ গংগা নদীৰ পাৰত অৱস্থিত প্ৰাস সকলোবোৰ গাঁও এতিয়া মুক্ত স্থানত কৰা মলত্যাগৰ অভ্যাসৰ পৰা মুক্ত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ তেওঁ কয় যে এই প্ৰকল্পসমূহ কেন্দ্ৰ চৰকাৰে গংগা নদী পৰিষ্কাৰকৰণৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ এক অংশ৷
इस बार मेरा सौभाग्य रहा कि मुझे दीपावली के दिन बाबा केदारनाथ के दर्शन करने का अवसर मिला।
— PMO India (@PMOIndia) November 12, 2018
अब बाबा विश्वनाथ की नगरी में, आपसे आशीर्वाद लेने का मौका मिला है।
उत्तराखंड में, मैं माता भगीरथी की पूजा करके धन्य हुआ, तो आज यहां, अब से कुछ देर पहले मां गंगा के दर्शन भी किए: PM
काशी के लिए, पूर्वांचल के लिए, पूर्वी भारत के लिए, पूरे भारतवर्ष के लिए, आज का ये दिन बहुत ऐतिहासिक है।
— PMO India (@PMOIndia) November 12, 2018
आज वाराणसी और देश, विकास के उस कार्य का गवाह बना है, जो दशकों पहले हो जाना चाहिए था: PM

वाराणसी और देश, इस बात का गवाह बना है कि संकल्प लेकर जब कार्य समय पर सिद्ध किए जाते हैं, तो उसकी तस्वीर कितनी भव्य और कितनी गौरवमयी होती है
— PMO India (@PMOIndia) November 12, 2018
वाराणसी और देश, इस बात का गवाह बना है कि Next Gen Infrastructure की अवधारणा, कैसे ट्रांसपोर्ट के तौर-तरीकों का कायाकल्प करने जा रही है: PM
कुछ देर पहले मैंने नदी मार्ग से पहुंचे देश के पहले कंटेनरवेसल का स्वागत किया।
— PMO India (@PMOIndia) November 12, 2018
आज मैं प्रफल्लित हूं कि देश ने जो सपना देखा था वो आज साकार हुआ है।
ये कंटेनर वेसल चलने का मतलब है कि पूर्वी उत्तर प्रदेश, पूर्वांचल और पूर्वी भारत जलमार्ग से अब बंगाल की खाड़ी से जुड़ गया है: PM
आज यहां बाबतपुर हवाई अड्डे से शहर को जोड़ने वाली सड़क, रिंग रोड, कनेक्टिविटी से जुड़े प्रोजेक्ट, बिजली के तारों को अंडरग्राउंड करने से जुड़ी परियोजना, मां गंगा को प्रदूषण मुक्त करने के प्रयासों को बल देने वाली अनेक परियोजनाओं का भी लोकार्पण और शिलान्यास यहां किया गया है: PM
— PMO India (@PMOIndia) November 12, 2018
इस जलमार्ग से समय और पैसा बचेगा,
— PMO India (@PMOIndia) November 12, 2018
सड़क पर भीड़ भी कम होगी,
ईंधन का खर्च भी कम होगा और
गाड़ियों से होने वाले प्रदूषण से भी राहत मिलेगी: PM
800 करोड़ रुपए की लागत से बाबतपुर एयरपोर्ट को शहर से जोड़ने वाली सड़क ना सिर्फ चौड़ी हो गई है, बल्कि देश-विदेश के पर्यटकों को अपनी तरफ आकर्षित करने लगी है।
— PMO India (@PMOIndia) November 12, 2018
इस सड़क से काशी वासियों का, पर्यटकों का समय तो बचेगा ही, जौनपुर, सुल्तानपुर और लखनऊ तक की यात्रा भी सुगम हो जाएगी: PM
बीते 4 वर्षों में कितनी तेजी के साथ आधुनिक इंफ्रास्ट्रक्चर का विकास हुआ है, वो अब स्पष्ट दिखता है।
— PMO India (@PMOIndia) November 12, 2018
दुर्गम स्थानों पर नए एयरपोर्ट,
नॉर्थईस्ट के दूर दराज के क्षेत्रों में पहली बार पहुंच रही ट्रेन,
ग्रामीण सड़कों और शानदार हाईवे का जाल,
ये हमारी सरकार की पहचान बन चुका है: PM
नमामि गंगे मिशन के तहत अब तक 23 हजार करोड़ रुपए की परियोजनाओं को स्वीकृति दी जा चुकी है।
— PMO India (@PMOIndia) November 12, 2018
गंगा के किनारे के करीब-करीब सारे गांव अब खुले में शौच से मुक्त हो चुके हैं।
ये प्रोजेक्ट्स गंगोत्री से लेकर गंगासागर तक गंगा को अविरल, निर्मल बनाने के हमारे संकल्प का हिस्सा हैं: PM