প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ চৰকাৰ মহিলাসকলৰ সন্মান আৰু সৱলীকৰণৰ বাবে দায়বদ্ধ। শ্ৰী মোদীয়ে লগতে কয় যে ইণ্ডিয়া পোষ্টে মুকলি কৰা “মহিলা সন্মান বচত পত্ৰ” ইয়াৰ উত্তম উদাহৰণ।

বিত্ত মন্ত্ৰালয়ে মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ পত্ৰ, ২০২৩ৰ বাবে গেজেট অধিসূচনা জাৰি কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ১.৫৯ লাখ ডাকঘৰত উপলব্ধ কৰা হৈছে। ‘আজাদী কা অমৃত মহোৎসৱ’ৰ স্মৃতিত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ২০২৩-২৪ চনৰ বাজেটত ঘোষণা কৰা এই আঁচনিখন ছোৱালীকে ধৰি মহিলাসকলৰ আৰ্থিক অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।

ইণ্ডিয়া পোষ্টৰ টুইট থ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

‘আমাৰ চৰকাৰ মহিলাক সন্মান আৰু সৱলীকৰণৰ প্ৰতি দায়বদ্ধ আৰু “মহিলা সন্মান বচত পত্ৰ” ইয়াৰ সৰ্বোত্তম উদাহৰণ।

https://pib.gov.in/PressReleasePage.aspx?PRID=1912742”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How ODOP is helping Pratapgarh turn its amla into a bigger business

Media Coverage

How ODOP is helping Pratapgarh turn its amla into a bigger business
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 ছেপ্টেম্বৰ 2026
September 01, 2026

#ModiHaiTohMumkinHai: Economy, Diplomacy and Atmanirbhar Milestones in One Social-Media Sweep