প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে তেওঁক হোলীৰ শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
হোলীৰ শুভেচ্ছা জনাই ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে এক্সত দিয়া পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰে;
“বহুত ধন্যবাদ বন্ধু!
হোলী উপলক্ষ্যে আপোনাৰ আৰু ফ্ৰান্সৰ জনসাধাৰণৰ সুখ তথা সমৃদ্ধি কামনা কৰিলোঁ।”
बहुत-बहुत धन्यवाद, मेरे मित्र!
— Narendra Modi (@narendramodi) March 4, 2026
होली के पावन अवसर पर आपको और फ्रांस के लोगों को ढेर सारी खुशियां और समृद्धि की हार्दिक शुभकामनाएं। https://t.co/97w0aPu4XF
Merci beaucoup, mon ami !
— Narendra Modi (@narendramodi) March 4, 2026
À l’occasion de la fête sacrée de Holi, je vous adresse, à vous et au peuple de France, mes vœux sincères de bonheur et de prospérité. https://t.co/97w0aPu4XF


