নৱৰাত্ৰিৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী শৈলপুত্ৰীৰ ওচৰত প্ৰাৰ্থনা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰে:
"নৱৰাত্ৰিৰ আজিৰ দিনটো মাতৃ শৈলপুত্ৰীৰ বিশেষ পূজাৰ দিন। মাতৃৰ মৰম আৰু আশীৰ্বাদেৰে সকলোৰে জীৱন সৌভাগ্য আৰু সুস্বাস্থ্যৰে ভৰি পৰক, তাৰ কামনা কৰিলো।"
नवरात्रि में आज मां शैलपुत्री की विशेष पूजा-अर्चना का दिन है। मेरी कामना है कि माता के स्नेह और आशीर्वाद से हर किसी का जीवन सौभाग्य और आरोग्य से परिपूर्ण रहे।
— Narendra Modi (@narendramodi) September 22, 2025


