প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝাউত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ শ্বট পুটত স্বৰ্ণ অৰ্জন কৰাৰ বাবে তাজিন্দৰ পাল সিং তুৰক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এটা এক্স পোষ্টত কয়;
"অসাধাৰণ @Tajinder_Singh3ৰ উৎকৃষ্ট প্ৰদৰ্শন।
এছিয়ান গেমছত শ্বট পুট ইভেণ্টত একেৰাহে সোণৰ পদক লাভ কৰাৰ বাবে অভিনন্দন। তেওঁৰ প্ৰদৰ্শন ব্যতিক্ৰমী, যাৰ ফলত আমি সকলোৱেই মন্ত্ৰমুগ্ধ হৈ পৰিছো। আগন্তুক প্ৰচেষ্টাৰ বাবে সৰ্বতোপ্ৰকাৰৰ শুভেচ্ছা থাকিল।”
The phenomenal @Tajinder_Singh3 at his best.
— Narendra Modi (@narendramodi) October 1, 2023
Congratulations on a consecutive Gold Medal in the Shot Put event at the Asian Games. His performance is exceptional, leaving us all spellbound. All the best for the endeavours ahead. pic.twitter.com/cdtmomGgbM


