প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ছাৰ ছোটু ৰামজীৰ জন্মদিনত তেওঁলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰিছে।

প্রধানমন্ত্রীয়ে কৃষকসকলৰ বাবে তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে আৰু কয় যে ছাৰ ছোটু ৰামজী কেৱল কৃষকসকলৰ অধিকাৰ ৰক্ষাৰ বাবেই সংগ্ৰাম কৰা নাছিল, তেওঁ আছিল শ্রমিক, বঞ্চিত-নিপীড়িতসকলৰ এক শক্তিশালী কণ্ঠ। সমাজৰ উত্থানৰ বাবে তেওঁৰ অৱদান সৰ্বদা স্মৰণীয় হৈ থাকিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Life's changed in J&K, Ladakh since Article 370, 35(A) repeal: PM Modi

Media Coverage

Life's changed in J&K, Ladakh since Article 370, 35(A) repeal: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi shares Sanskrit Subhashitam recognizing Earth as the nurturing mother of all life
August 06, 2026

The Prime Minister, Shri Narendra Modi today shared Sanskrit Subhashitam emphasising that humanity may live in harmony with the Earth, as earth is the nurturing mother of all life and the moral order that sustains her should be respected.

The Prime Minister shared a Sanskrit verse-

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥

The Prime Minister posted on X:

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥