প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰা চৰকাৰৰ কাগজবিহীন কাম-কাজৰ সিদ্ধান্তক প্ৰশংসা কৰে।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড০) মানিক সাহাৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
"ত্ৰিপুৰাই প্ৰযুক্তিক আকৰ্ষিত কৰি তুলিবলৈ আৰু নাগৰিকসকলৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ দৃঢ় প্ৰচেষ্টা কৰা দেখি ভাল লাগিছে।"
Good to see Tripura making determined efforts to embrace technology and bring a positive difference in the lives of citizens. https://t.co/umfn5JSxcL
— Narendra Modi (@narendramodi) May 8, 2023


