প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ১০০% ব্ৰডগজ ৰে'ল পথৰ বৈদ্যুতিকীকৰণৰ প্ৰশংসা কৰে।
কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে উত্তৰাখণ্ডৰ ১০০% ব্ৰডগজ ৰে'ল পথৰ বৈদ্যুতিকীকৰণৰ বিষয়ে অৱগত কৰি টুইট যোগে প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"উৎসাহজনক ফলাফল! ইয়াৰ ফলত দেৱ ভূমি উত্তৰাখণ্ড উপকৃত হ'ব আৰু পৰ্যটন অধিক বৃদ্ধি পাব।"
Encouraging outcome! This will benefit Dev Bhoomi Uttarakhand and further enhance tourism. https://t.co/PvXAnUIldz
— Narendra Modi (@narendramodi) March 17, 2023


