প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ হিমাচলবাসীক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো৷ প্রাকৃতিক সৌন্দর্য্যৰে সমৃদ্ধ এইখন ৰাজ্যৰ পৰিশ্রমী লোকসকল সদায় দেশসেৱাত নিয়োজিত হৈ আহিছে। অনাগত দিনত ৰাজ্যবাসী সফলতাৰ নতুন উচ্চতাত উপনীত হওক, তাকে কামনাই কৰিলো।”
सभी हिमाचलवासियों को पूर्ण राज्यत्व दिवस की हार्दिक शुभकामनाएं। नैसर्गिक सौंदर्य से समृद्ध इस प्रदेश के परिश्रमी लोग हमेशा देशसेवा में समर्पित रहे हैं। आने वाले समय में वे सफलताओं की नई ऊंचाइयों को प्राप्त करें, यही कामना है।
— Narendra Modi (@narendramodi) January 25, 2023


