প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষ্ণ জন্মাষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছে:
“জন্মাষ্টমীৰ দিনা সকলো দেশবাসীলৈ শুভেচ্ছা। বিশ্বাস, আনন্দ আৰু উৎসাহৰ এই পৱিত্ৰ উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ নতুন শক্তি আৰু নতুন উদ্যম কঢ়িয়াই আনক। জয় শ্ৰী কৃষ্ণ!”
सभी देशवासियों को जन्माष्टमी की असीम शुभकामनाएं। आस्था, आनंद और उमंग का यह पावन-पर्व आप सभी के जीवन में नई ऊर्जा और नए उत्साह का संचार करे। जय श्रीकृष्ण!
— Narendra Modi (@narendramodi) August 16, 2025


