আজি মহানৱমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে সম্ভাষণ জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ৰ এটা প’ষ্টত কয়;
“সকলোকে মহানৱমীৰ আন্তৰিক শুভেচ্ছা জনালোঁ! নৱৰাত্ৰিৰ এই শুভ উপলক্ষই যেন সকলোলৈকে সৌভাগ্য, সমৃদ্ধি আৰু সফলতাৰ বাৰ্তা কঢ়িয়াই আনে, তাৰেই কামনা কৰিলোঁ।”
आप सभी को महानवमी की हार्दिक शुभकामनाएं! नवरात्रि का यह शुभ अवसर हर किसी के लिए सौभाग्य, समृद्धि और सफलता लेकर आए, यही कामना है।https://t.co/wPTmP1lKpN
— Narendra Modi (@narendramodi) October 1, 2025


