প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ মহা অষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পবিত্ৰ উপলক্ষই যেন সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সু-স্বাস্থ্য কঢ়িয়াই আনে, তাৰ কামনা কৰে। শ্ৰী মোদীয়ে দেৱীৰ প্ৰাৰ্থনা (স্তুতি) ও শ্বেয়াৰ কৰে।

এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“মই নৱৰাত্ৰিৰ শুভ মহা অষ্টমী উপলক্ষে সকলো নাগৰিককে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই পবিত্ৰ উপলক্ষই যেন সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সু-স্বাস্থ্য কঢ়িয়াই আনে, তাৰ কামনা কৰিলোঁ।”

https://m.youtube.com/watch?v=45O8KBhSZ0I

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival