প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মল্লযুঁজাৰুসকলক উলানবাটৰ অ’পেন, ২০২৫-ৰ ৩য় ৰেংকিং ছিৰিজত অসাধাৰণ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাইছে। "আমাৰ নাৰী শক্তিয়ে ৰেংকিং ছিৰিজত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে, ইয়াৰ পৰিপ্ৰেক্ষিতত এই কৃতিত্ব অধিক স্মৰণীয় হৈ পৰিছে। এই ক্ৰীড়া প্ৰদৰ্শনে আগন্তুক অগণন খেলুৱৈক অনুপ্ৰাণিত কৰিব", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰেঃ

"ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ সাফল্য লাভ কাৰ্য্য অব্যাহত আছে! উলানবাটৰ অ'পেন, ২০২৫-ৰ ৩য় ৰেংকিং ছিৰিজত ৬ টা সোণকে প্ৰমুখ্য কৰি ২১ টা পদক অৰ্জনৰ বাবে আমাৰ মল্লযুঁজাৰুসকলক অভিনন্দন জনালোঁ। আমাৰ নাৰী শক্তিয়ে ৰেংকিং ছিৰিজত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে, ইয়াৰ পৰিপ্ৰেক্ষিতত এই কৃতিত্ব অধিক স্মৰণীয় হৈ পৰিছে। এই ক্ৰীড়া প্ৰদৰ্শনে আগন্তুক অগণন খেলুৱৈক অনুপ্ৰাণিত কৰিব।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FPOs’ sales rise via commodity exchanges in FY26

Media Coverage

FPOs’ sales rise via commodity exchanges in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মে’ 2026
May 11, 2026

Society Above Politics: PM Modi’s Call for a Stronger, Self-Reliant & Sacred Bharat