প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ২৫০০কোটি টকা ব্যয়সাপেক্ষ ১১খন আঁচনিৰ বাবে মিজোৰামক অভিনন্দন জনাইছে, যিবোৰ কালি কেন্দ্ৰীয় মন্ত্ৰীয়ে উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিছিল৷
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,
“বিভিন্ন ক্ষেত্ৰক সামৰি লোৱা এই উন্নয়নমুলত কাম-কাজৰ জৰিয়তে ৰাজ্যৰ বিকাশৰ গতিত উদ্গনি যোগোৱা মিজোৰামৰ জনতাক অভিনন্দন জ্ঞাপন কৰিছো৷”
Congratulations to the people of Mizoram for the boost to the state’s growth trajectory through these development works covering various sectors. https://t.co/o36i7crmuD
— Narendra Modi (@narendramodi) April 2, 2023


