প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ ১৫০০ মিটাৰ দৌৰ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে হাৰ্মিলন বেইনছক অভিনন্দন জ্ঞাপন কৰিছে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“মহিলাৰ ১৫০০ মিটাৰ দৌৰ ইভেণ্টত ৰূপৰ পদক দেশলৈ কঢ়িয়াই অনাৰ বাবে @HarmilanBainsক অভিনন্দন জনাইছো। ক্ৰীড়াৰ প্ৰতি অতুলনীয় উদ্যম, আবেগ আৰু মৰম হিচাপে চিহ্নিত এয়া এক দৰ্শনীয় প্ৰদৰ্শন।”
Congratulations @HarmilanBains on bringing home the Silver Medal in Women's 1500m event. A spectacular performance marked by unmatched zeal, passion and love for the sport. pic.twitter.com/l565q5dVva
— Narendra Modi (@narendramodi) October 1, 2023


