কাশী অন্নপূৰ্ণা মন্দিৰৰ মহন্ত ৰামেশ্বৰ পুৰী জীৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,
"কাশী অন্নপূৰ্ণা মন্দিৰৰ মহন্ত ৰামেশ্বৰ পুৰী জীৰ মৃত্যুত অত্যন্ত ব্যথিত হৈছো। তেওঁৰ পৰলোক গমন সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ সমাজ সেৱাত ধৰ্ম আৰু আধ্যাত্মিকতাৰ সংমিশ্ৰণ ঘটাই জনসাধাৰণক সামাজিক কাম-কাজৰ বাবে নিৰন্তৰভাৱে প্ৰেৰণা যোগাই আহিছিল। ঔম শান্তি!"
काशी अन्नपूर्णा मंदिर के महंत रामेश्वर पुरी जी के देहावसान से अत्यंत दुख हुआ है। उनका जाना समाज के लिए एक अपूरणीय क्षति है। उन्होंने धर्म और अध्यात्म को समाज सेवा से जोड़कर लोगों को सामाजिक कार्यों के लिये निरंतर प्रेरित किया। ॐ शांति !
— Narendra Modi (@narendramodi) July 10, 2021


