প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ নুহত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে উদ্ধাৰ আৰু সাহাৰ্যৰ বাবে ৰাজ্য চৰকাৰে সম্ভাব্য সকলো প্ৰচেষ্টা হাতত লৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়ঃ
“হাৰিয়ানাৰ নুহত সংঘটিত দুৰ্ঘটনা অত্যন্ত হৃদয়বিদাৰক। শোক সন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ভগৱানে তেওঁলোকক এই কঠিন সময়ত শক্তি প্ৰদান কৰক। মই লগতে দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ৰাজ্য চৰকাৰে উদ্ধাৰ আৰু সাহাৰ্যৰ বাবে সম্ভাব্য সকলো প্ৰচেষ্টা হাতত লৈছে।PM @narendramodi"
हरियाणा के नूंह में हुआ हादसा अत्यंत हृदयविदारक है। मेरी संवेदनाएं शोक-संतप्त परिजनों के साथ हैं। ईश्वर उन्हें इस कठिन समय में संबल प्रदान करे। इसके साथ ही मैं हादसे में घायल लोगों के शीघ्र स्वस्थ होने की कामना करता हूं। राज्य सरकार राहत और बचाव के हरसंभव प्रयास में जुटी है: PM…
— PMO India (@PMOIndia) April 26, 2025


