প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সাহিত্যিক তথা শিক্ষাবিদ ৰামদাৰশ মিশ্ৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

 

শ্ৰী মোদীয়ে কয় যে ৰামদাৰশ মিশ্ৰ জীৰ মৃত্যু হিন্দী আৰু ভোজপুৰী সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ জনপ্ৰিয় লেখাৰ বাবে তেওঁ  সদায় স্মৰণীয় হৈ থাকিব।

 

এক্সৰ  এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়

"প্ৰখ্যাত সাহিত্যিক তথা শিক্ষাবিদ ৰামদাৰশ মিশ্ৰৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁৰ মৃত্যু হিন্দী আৰু ভোজপুৰী সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি।এই শোকৰ মুহূৰ্তত  তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা, ঔম শান্তি!”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chronic therapies power 11% growth in Indian pharma market in May

Media Coverage

Chronic therapies power 11% growth in Indian pharma market in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 জুন 2026
June 09, 2026

Viksit Bharat in Motion: PM Modi’s Leadership Delivers Heritage Pride, Defense Power, Economic Rise & Scientific Excellence