প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া উপৰাষ্ট্ৰপতি ভৱনত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণন জীক সাক্ষাৎ কৰে।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ
“আজি সন্ধিয়া উপৰাষ্ট্ৰপতি ভৱনত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণন জীক সাক্ষাৎ কৰো।
@VPIndia
@CPR_VP”
Called on Vice President Thiru CP Radhakrishnan Ji at Uprashtrapati Bhavan earlier this evening.@VPIndia @CPR_VP pic.twitter.com/Uj0NdigmqJ
— Narendra Modi (@narendramodi) February 16, 2026


