প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত ৫ লাখৰো অধিক ৰে’ল পৰিচালনাৰ শলাগ লৈছে।
বছৰৰ পিছত বছৰ ধৰি কাৰ্যক্ষম মালবাহী ৰে’লৰ সংখ্যা বৃদ্ধিৰ বিষয়ে ৰে’ল মন্ত্ৰালয়ৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে।
“এই প্ৰেৰণাদায়ী পৰিসংখ্যাই লজিষ্টিক আৰু অৰ্থনৈতিক গতিবেগৰ ক্ষেত্ৰত আমাৰ অগ্ৰগতিৰ ইংগিত বহন কৰে।”
Encouraging numbers, indicating our strides in logistics and economic momentum. https://t.co/3QvDYqPGJZ
— Narendra Modi (@narendramodi) May 8, 2023


