প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিশ্ব ধৰিত্ৰী দিৱস’ উপলক্ষে টাকাম মিছিং প’ৰিন কেবাঙে (টিএমপিকে) আয়োজন কৰা এক লাখ বৃক্ষৰোপণ কাৰ্যসূচীৰ পদক্ষেপক প্ৰশংসা কৰিছে।
লখিমপুৰ (অসম) লোকসভা সমষ্টিৰ সাংসদ শ্ৰী প্ৰদান বৰুৱাৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ ক্ষেত্ৰত এয়া এক সুন্দৰ প্ৰচেষ্টা।”
Good effort to boost sustainable development. https://t.co/94AWG2TXZE
— Narendra Modi (@narendramodi) April 24, 2023


