PM Modi interacts with scientists from the Indian Institute of Science Education and Research in Pune
Develop low-cost technologies that would cater to India specific requirements and help in fast-tracking India's growth: PM urges IISER scientists

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্রৰ পুণেত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু অনুসন্ধান প্ৰতিষ্ঠান(আইআইএছইআৰ)ৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে৷

আইআইএছইআৰৰ বিজ্ঞানীসকলে প্ৰধানমন্ত্রীক প্ৰদূষণমুক্ত বিদ্যুৎ উৎপাদনৰ প্ৰযুক্তি, কৃষিথণ্ডত জৈৱপ্ৰযুক্তি, প্রাকৃতিক সম্পদ অনুসন্ধানৰ বাবে নতুন নতুন সামগ্রী আৰু সঁজুলি প্ৰদৰ্শন কৰে৷ সেই সময়ত আণবিক জীৱবিদ্যা , এন্টিমাইক্র’বায়াল প্ৰতিৰোধী, জলবায়ু গৱেষণা, অর্থনীতিত গাণিতিক প্ৰয়োগকে ধৰি আধুনিক প্ৰযুক্তিৰ বিভিন্ন কৌশলো উপস্থাপন কৰে বিজ্ঞানীসকলে৷

প্ৰধানমন্ত্রীয়ে বিজ্ঞানীসকলৰ তথ্যসমৃদ্ধ উপস্থাপনৰ প্ৰশংসা কৰে৷ তেওঁ ভাৰতৰ দ্রুত বিকাশত সহায় কৰা তথা নির্দিষ্ট চাহিদা পূৰণৰ লক্ষ্যৰে কম ব্যয়সাপেক্ষ প্ৰযুক্তি উদ্ভাৱনৰ বাবে বিজ্ঞানীসকলক আহ্বান জনায়৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্রীয়ে আইআইএছইআৰ পুণৰ চৌহদ পৰিদৰ্শন কৰে৷ তেওঁ ছাত্ৰ-ছাত্রী আৰু গৱেষকসকলৰ সৈতে মতবিনিময়ো কৰে৷ তাত তেওঁক চি-জাকৰ দ্বাৰা বিকশিত ছুপাৰ কম্পিউটাৰ ‘পৰমব্ৰহ্ম’ও দেখুওৱা হয়। এই কম্পিউটাৰৰ ক্ষমতা ৭৯৭ টেৰাফ্লপ্ছ৷

দেশৰ বিজ্ঞানশিক্ষা আৰু গৱেষণাৰ ক্ষেত্রত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু অনুসন্ধান প্ৰতিষ্ঠান এক অগ্ৰণী প্ৰতিষ্ঠান৷ প্ৰধানমন্ত্ৰীয়ে আৰক্ষীৰ মহানির্দেশকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে দুদিনীয়া কাৰ্যসুচীৰে পুণে ভ্ৰমণলৈ আহিছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.

Media Coverage

India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi hails the commencement of 20th Session of UNESCO’s Committee on Intangible Cultural Heritage in India
December 08, 2025

The Prime Minister has expressed immense joy on the commencement of the 20th Session of the Committee on Intangible Cultural Heritage of UNESCO in India. He said that the forum has brought together delegates from over 150 nations with a shared vision to protect and popularise living traditions across the world.

The Prime Minister stated that India is glad to host this important gathering, especially at the historic Red Fort. He added that the occasion reflects India’s commitment to harnessing the power of culture to connect societies and generations.

The Prime Minister wrote on X;

“It is a matter of immense joy that the 20th Session of UNESCO’s Committee on Intangible Cultural Heritage has commenced in India. This forum has brought together delegates from over 150 nations with a vision to protect and popularise our shared living traditions. India is glad to host this gathering, and that too at the Red Fort. It also reflects our commitment to harnessing the power of culture to connect societies and generations.

@UNESCO”