প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হৈ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তৰ্জাতিক বিমানবন্দৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ এটা মূৰ্তি উন্মোচন কৰে৷

ইয়াৰ পিছত তেওঁ বাৰাণসীক আনন্দ কানন বাটিকাত এক বৃক্ষপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷




সেইদিনাই প্ৰধানমন্ত্ৰীয়ে মান মহলৰ ভাৰ্চুৱেল সংগ্ৰহালয় পৰিদৰ্শন কৰে৷

এই সংগ্ৰহালয় দাশস্বমেধ ঘাটৰ কাষত অৱস্থিত আৰু বাৰাণসী চহৰৰ এক সাংস্কৃতিক কেন্দ্ৰ হিচাপে পৰিচিত৷ এই সংগ্ৰহালয়টোত আমাৰ সাংস্কৃতিক ঐতিহ্যৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শিত কৰা হৈছে৷
Tribute to an exemplary leader admired by all sections of society.
— PMO India (@PMOIndia) July 6, 2019
On landing in Varanasi, PM @narendramodi unveiled a statue of former PM Shri Lal Bahadur Shastri Ji. This statue is located at the Varanasi airport. pic.twitter.com/MWFBDzDsnK


