Numerous measures undertaken in the last four years to enhance the quality of life of our citizens: PM Modi
Human rights should not be about only slogans but it should be an integral part of our values: PM Modi
For us, ‘Sabka Saath, Sabka Vikas’ is about serving the people: PM Modi
With focus on justice for all, the government is increasing the number of e-Courts, strengthening the National Judicial Data Grid: Prime Minister Modi
With the use of technology, we are making the system transparent and protecting the rights of citizens: PM Modi
To empower the Divyangs, we have strengthened the Rights of Persons with Disabilities Act: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এনএইচআৰচি)ৰ প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তীত ভাষণ প্ৰদান কৰে৷ 
তেওঁ কয় যে বিগত দুটা আৰু অৰ্ধ দশকত এনএইচআৰচিয়ে নিষ্পেষিতসকলৰ হকে মাত মাতি ৰাষ্ট্ৰ গঠনত প্ৰভূত অৰিহণা আগবঢ়াইছে৷ তেওঁ কয় যে মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাটো আমাৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ স্বাধীনতাৰ পিছত উপাদানসমূহ যেনে স্বাধীনতা আৰু নিৰপেক্ষ ন্যায়; এটা সক্ৰিয় সংবাদ মাধ্যম; এক সজাগ সমাজ; আৰু এনএইচআৰচিৰ দৰে এক সংস্থাই মানৱ অধিকাৰৰ সপক্ষে মাত মাতি আহিছে৷ 

প্ৰধানমন্ত্ৰীয়ে কয় যে মানৱ অধিকাৰ কেৱল এটা শ্ল’গান হোৱাৰ পৰিৱৰ্তে ই আমাৰ জীৱনৰ পথ প্ৰদৰ্শক হ’ব লাগে৷ তেওঁ কয় যে বিগত চাৰিটা বৰ্ষত দুখীয়াৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সকলো ভাৰতীয়ই যাতে মানৱ জীৱনৰ মৌলিক প্ৰয়োজনীয়তাসমূহ লাভ কৰিব বাবে তাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷ এই প্ৰসংগত তেওঁ বেটি বচাও, বেটি পঢ়াও, সুগম্য ভাৰত অভিযান, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্বলা যোজনা আৰু সৌভাগ্য যোজনাৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে ৯ কোটিতকৈও অধিক শৌচাগাৰ নিৰ্মাণে কোটি কোটি লোকৰ সন্মান ৰক্ষা কৰিছে৷ শেহতীয়াকৈ মুকলি কৰা স্বাস্থ্য সুৰক্ষা নিশ্চিতি যোজনা- পিএমজেএৱাইৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ চৰকাৰে গ্ৰহণ কৰা বিত্তীয় সমাপনৰ পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মুছলিম মহিলাক তিনি তালাকৰ পৰা মুক্তি কৰি তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ বিষয়ে জানিবলৈ দিয়ে৷

ন্যায় ৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই-কোৰ্টসমূহৰ বৃদ্ধিৰ জৰিয়তে ৰাষ্ট্ৰীয় ন্যায়িক তথ্য গ্ৰীডৰ সৱলীকৰণ কৰা হৈছে৷ ইয়াৰ বাবে আধাৰক প্ৰযুক্তিভিত্তিক পদক্ষেপ বুলিও তেওঁ উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদক্ষেপসমূহৰ সাফল্যৰ মূলতে হ’ল জন ভাগিদাৰী অৰ্থাৎ জনসাধাৰণৰ অংশগ্ৰহণ৷ তেওঁ কয় যে নাগৰিকে মানৱ অধিকাৰ সম্পৰ্কে সজাগ হোৱাৰ লগতে তেওঁলোকে নিজৰ কৰ্তব্য তথা দায়িত্বসম্পৰ্কেও সজাগ হ’ব পাৰিব৷ তেওঁ কয় যে যিসকল লোকে নিজৰ দায়িত্ব সম্পৰ্কে সজাগ তেওঁলোকে আনৰ অধিকাৰকো সন্মান প্ৰদান কৰিব জানে৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বহনক্ষম উন্নয়ন লক্ষ্যৰ বাবে এনএইচআৰচিৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends the Defence Investiture Ceremony 2026 (Phase-1)
June 08, 2026

Prime Minister Shri Narendra Modi today attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel.

The Prime Minister expressed pride in their extraordinary courage, commitment and selfless service to the nation.

The Prime Minister posted on X:

"Attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel. We are proud of their extraordinary courage, commitment and selfless service to the nation."