India-Indonesia ties are special: PM Modi
We are all proud of the manner in which the Indian diaspora has distinguished itself in Indonesia: PM Modi
In the last four years, India has witnessed unparalleled transformation, says PM Modi in Indonesia
Both India and Indonesia are proud of their democratic ethos and their diversity: PM Modi
In 2014 the people of India voted for a Government headed by a person belonging to a poor background. Similarly, the people of Indonesia elected President Widodo whose background is also humble: PM
Indian diaspora in Indonesia further strengthens the vibrant people-to-people ties between both our countries: PM Modi
Ensuring a corruption-free, citizen-centric and development-friendly ecosystem is our priority: PM Modi
GST has enhanced the tax compliance system in India; it has ensured a better revenue system: PM Modi
To enhance ‘Ease of Living’, we are focussing on modern infrastructure; we are creating a system which is transparent as well as sensitive: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাকাৰ্টাত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্কৰ লগতে চলিত বৰ্ষৰ প্ৰথমভাগত ভাৰতত উদযাপিত গণৰাজ্য দিৱসত ইণ্ডোনেছিয়াকে ধৰি আন ১০খন এছিয়ান দেশৰ নেতৃবৰ্গৰ উপস্থিত থকাৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে ১৯৫০ চনৰ পৰা উদযাপিত ভাৰতৰ গণৰাজ্য দিৱসত ইয়াৰ পূৰ্বে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থকা উদাহৰণ নাছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে ইণ্ডোনেছিয়াত বসবাস কৰা ভাৰতীয় বংশোদ্ভৱ লোকসকল ইণ্ডোনেছিয়াৰ গৌৰৱশালী নাগৰিক, কিন্তু তেওঁলোক এতিয়াও ভাৰতীয় মুলৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত চাৰি বছৰত ভাৰতীয়ে লোকসকল এক অদ্বিতীয় পৰিৱৰ্তনৰ সাক্ষী হৈছে। এই সন্দৰ্ভত তেওঁ এফডিআই, ভাৰতৰ মুক্ত অৰ্থনীতি, সহজে ব্যৱসায় কৰিব পৰা ব্যৱস্থা আৰু প্ৰতিযোগিতামুলক ভাৰতীয় অৰ্থনীতিৰ কথা উল্লেখ কৰে।

তেওঁ কয় যে দুয়োখন দেশেই ইয়াৰ গণতান্ত্ৰিক মুল্যবোধ আৰু বৈচিত্ৰতাক লৈ গৌৰৱ বোধ কৰে। উদাহৰণস্বৰূপে তেওঁ বালি-যাত্ৰা আৰু ইয়াৰ ব্যঞ্জন তথা ভাষাগত সামাঞ্জস্যৰ ক্ষেত্ৰত দুয়ো দেশৰ সম্পৰ্কৰ কথা কয়। তেওঁ লগতে কয় যে আজি পুৱা তেওঁ আৰু ৰাষ্ট্ৰপতি উইডোডোই যুটীয়াভাৱে ৰামায়ণ আৰু মহাভাৰত বিষয়বস্তুভিত্তিক চিলা প্ৰদৰ্শণীৰ উদ্বোধন কৰে।

ভাৰতৰ উন্নয়নৰ প্ৰসংগত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে উন্নয়ন-অনুকূল আৰু দুৰ্নীতি-মুক্ত ব্যৱস্থা গঢ় দিছে। প্ৰধানমন্ত্ৰীয়ে “সহজে ব্যৱসায় কৰিব পৰা ব্যৱস্থা”ৰ পৰা “সহজ জীৱনশৈলী”ৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা বুলি কয়। তেওঁ চৰকাৰৰ পদ্ধতিসমূহ স্বচ্ছ আৰু সংবেনশীল বুলি কয়। প্ৰধানমন্ত্ৰীয়ে কেতবোৰ আন্তঃগাঁথনিমুলক খণ্ডৰ চমকপ্ৰদ উত্থানৰ কথাও উল্লেখ কৰে। তেওঁ ভাৰত ব্যাপক পৰিস্থিতিতন্ত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সন্দৰ্ভতো ভাষণত উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যিকোনো ধৰণৰ প্ৰয়োজনীতাত ভাৰত আৰু ইণ্ডোনেছিয়া সদায় সংবেদনশীল। তেওঁ কয় যে কাৰোবাক সহায়ৰ প্ৰয়োজন হ’লে ভাৰতে কেতিয়াও ভাল-বেয়া বিবেচনা নকৰে। ইণ্ডিয়া আৰু ইণ্ডোনেছিয়াৰ মাজত কেৱল নামৰে মিল নাই, দুয়ো দেশৰ সংস্কৃতি, পৰম্পৰা আৰু গণতান্ত্ৰিক মুল্যবোধৰো সাদৃশ্য আছে বুলিও প্ৰধানমন্ত্ৰীয়ে সদৰি কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সমূদায়ক ভাৰত ভ্ৰমণ কৰি স্ব-চক্ষে ইয়াৰ পৰিৱৰ্তনক অনুধাৱন কৰিবলৈ আহ্বান জনায়।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-US Trade Pact To Open $30 Trillion Market For Indian Exporters: Piyush Goyal

Media Coverage

India-US Trade Pact To Open $30 Trillion Market For Indian Exporters: Piyush Goyal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Congratulates India’s U-19 Cricket Team on World Cup Victory
February 06, 2026

The Prime Minister, Shri Narendra Modi, has lauded the outstanding performance of India’s Under-19 cricket team for clinching the World Cup title.

Prime Minister commended the team for playing very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too, he added.

In a message on X, Shri Modi said:

“India’s cricketing talent shines!

Proud of our U-19 team for bringing home the World Cup. The team has played very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too. Best wishes to the players for their upcoming endeavours.”