Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসকৰ দিৱসত চিকিৎসকসকলক অভিনন্দন জনোৱাৰ লগতে ড০ বি চি ৰয়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনকৰে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, “চিকিৎসকৰ দিৱসত মই আমাৰ সমাজখনৰ কাৰ্যক্ষম আৰু সুস্থ কৰি ৰখাৰ বাবে চৌব্বিশ ঘণ্টাই কঠোৰপৰিশ্ৰমেৰে প্ৰচেষ্টা অব্যাহত ৰখা চিকিৎসকসকলক অভিনন্দন জনাইছো৷ ৰাইজৰ কল্যান সাধনৰ ক্ষেত্ৰত তেওঁলোকৰ যুগমীয়াঅৱদানৰ কোনো তুলনা নাই৷ মইও বিশিষ্ট চিকিৎসক ড০ বি চি ৰয়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷”

ডনেচন
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
7th Pay Commission: Modi govt makes big announcement for J&K, Ladakh; 4.5 lakh employees to benefit

Media Coverage

7th Pay Commission: Modi govt makes big announcement for J&K, Ladakh; 4.5 lakh employees to benefit
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
২৩ অক্টোবৰ ২০১৯ৰ শীৰ্ষৰ সংবাদসমূহ
October 23, 2019
Share
 
Comments

শীৰ্ষৰ সংবাদসমূহ আপোনাৰ নিতৌ ধনাত্মক সংবাদসমূহৰ উৎস৷ চৰকাৰৰ শেহতীয়া উন্নয়ন, প্ৰধানমন্ত্ৰীৰ শেহতীয়া সংবাদসমূহ তথা এইসমূহে আপোনাক কেনেদৰে প্ৰভাৱান্বিত কৰিছে সেয়া চাওক আৰু বিনিময় কৰক!