প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন বিজেতাসকলক অভিনন্দন জনাইছে৷

সমাজলৈ নানাজী দেশমুখৰ অৰিহণাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘গ্ৰামীণ বিকাশৰ প্ৰতি নানাজী দেশমুখৰ বিশেষ অৱদানে আমাৰ গাঁওসমূহৰ সৱলীকৰণ কৰাৰ নতুন পথ প্ৰদৰ্শন কৰিছিল৷ তেওঁ সমাজৰ বঞ্চিত অংশলৈ বিনম্ৰতা, সেৱা আৰু কৰুণাৰ ভাৱ প্ৰদৰ্শন কৰিছিল৷ তেওঁ প্ৰকৃতাৰ্থতেই ভাৰতৰ ৰত্ন৷’’

ডঃ ভূপেন হাজৰিকা প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘প্ৰজন্মভেদে ভূপেন হাজৰিকাৰ গান আৰু সংগীতৰ বিশেষ আদৰ আছে৷ তেওঁ ভাৰতৰ সংগীতক বিশ্বজনীনভাৱে জনপ্ৰিয় কৰিছিল৷ ভূপেন দাক ভাৰত ৰত্ন প্ৰদান কৰি সুখী অনুভৱ কৰিছো৷’’
আনহাতে শ্ৰী প্ৰণৱ মুখাৰ্জী সন্দৰ্ভত তেওঁ কয়, ‘‘আমাৰ সময়ত প্ৰণৱ এজন সুদক্ষ ৰাজনেতা৷ দশকজুৰি তেওঁ ৰাষ্ট্ৰক স্বাৰ্থবিহীন বাবে তথা অৱসাদবিহীনভাৱে সেৱা প্ৰদান কৰিছে আৰু ৰাষ্ট্ৰক এক শক্তিশালী কক্ষপথত অৱতীৰ্ণ কৰিছে৷ তেওঁৰ জ্ঞান আৰু বুদ্ধি সমান্তৰাল৷ তেওঁক ভাৰত ৰত্ন প্ৰদান কৰি সুখী অনুভৱ কৰিছো৷’’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুলাই 2026
July 20, 2026

Yuva to Global Stage: How PM Modi’s Policies Are Turning India’s Youth, Farms & Factories into Growth Engines