জ্যেষ্ঠ সাংবাদিক শ্ৰী শেষ নাৰায়ণ সিঙৰ ম়ত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ শ্ৰী সিঙে আগবঢ়োৱা উল্লেখনীয় অৰিহণাৰ কথা তেওঁ সদায়ে মনত ৰাখিব। প্ৰয়াত সাংবাদিকগৰাকীৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ শ্ৰী মোদীয়ে সমবেদনা জ্ঞাপন কৰিছে।
वरिष्ठ पत्रकार शेष नारायण सिंह जी का निधन अत्यंत दुखद है। पत्रकारिता जगत में अपने महत्वपूर्ण योगदान के लिए वे हमेशा जाने जाएंगे। दुख की इस घड़ी में उनके परिजनों के लिए मेरी संवेदनाएं। ओम शांति!
— Narendra Modi (@narendramodi) May 7, 2021


