|
ক্ৰ নং |
চুক্তি/বুজাবুজি চুক্তি |
|
1. |
মালদ্বীপলৈ ৪,৮৫০ কোটি টকাৰ লাইন অৱ ক্ৰেডিট (এল অ’ চি) সম্প্ৰসাৰণ |
|
2. |
চৰকাৰী পুঁজিৰে চলি থকা এল অ’ চিৰ ওপৰত মালদ্বীপৰ বাৰ্ষিক ঋণ পৰিশোধৰ বাধ্যবাধকতা হ্ৰাস কৰা |
|
3. |
ভাৰত-মালদ্বীপ মুক্ত বাণিজ্য চুক্তি (আইএমএফটিএ) আলোচনাৰ শুভাৰম্ভ |
|
4. |
ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০বছৰীয়া জয়ন্তী উপলক্ষে যুটীয়া স্মাৰক ডাকটিকট প্ৰদান |
|
ক্ৰ নং. |
উদ্বোধন/হস্তান্তৰ |
|
1. |
ভাৰতৰ ক্ৰেতা ঋণৰ সুবিধাৰ অধীনত হুলুমলেত ৩৩০০টা সমূহীয়া আৱাস হস্তান্তৰ |
|
2. |
আদ্দু চহৰত পথ আৰু নিষ্কাশন ব্যৱস্থা প্ৰকল্পৰ উদ্বোধন |
|
3. |
মালদ্বীপত ৬টা উচ্চ প্ৰভাৱিত সমুহীয়া উন্নয়নমুলক প্ৰকল্পৰ উদ্বোধন |
|
4. |
৭২খন বাহন আৰু অন্যান্য সা-সৰঞ্জাম হস্তান্তৰ |
|
5. |
দুটা ভীষ্ম হেল্থ কিউব ছেট হস্তান্তৰ |
|
6. |
মালেত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱন উদ্বোধন |
|
ক্ৰ. নং |
বুজাবুজি চুক্তি বিনিময়/চুক্তি |
মালদ্বীপৰ প্ৰতিনিধি |
ভাৰতৰ প্ৰতিনিধি |
|
1. |
মালদ্বীপৰ সৈতে ৪,৮৫০ কোটি টকাৰ এঅ’চি চুক্তি |
শ্ৰীযুত মোছা জমীৰ, বিত্ত আৰু পৰিকল্পনা মন্ত্ৰী |
ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
|
2. |
চৰকাৰৰ পুঁজিৰে চলি থকা এলঅ’চিৰ সন্দৰ্ভত মালদ্বীপৰ বাৰ্ষিক ঋণ পৰিশোধৰ বাধ্যবাধকতা হ্ৰাস কৰাক লৈ সংশোধনী চুক্তি |
শ্ৰীযুত মোছা জমীৰ, বিত্ত আৰু পৰিকল্পনা মন্ত্ৰী |
ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
|
3. |
ভাৰত-মালদ্বীপ মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ কাৰ্য্যসূচী |
শ্ৰীযুত মহম্মদ ছয়ীদ, অৰ্থনৈতিক উন্নয়ন আৰু বাণিজ্য মন্ত্ৰী |
ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
|
4. |
মীন আৰু জলজ কৃষিৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি |
শ্ৰীযুত আহমেদ ছিয়াম, মীন আৰু মহাসাগৰীয় সম্পদ মন্ত্ৰী |
ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
|
5. |
ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান (আইআইটিএম), পৃথিৱী বিজ্ঞান মন্ত্ৰালয় আৰু মালদ্বীপ বতৰ বিজ্ঞান সেৱা (এমএমএছ), পৰ্যটন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি |
শ্ৰীযুত থৰিক ইব্ৰাহিম, পৰ্যটন আৰু পৰিৱেশ মন্ত্ৰী |
ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
|
6. |
ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু মালদ্বীপৰ গৃহ নিৰাপত্তা আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যাৰ পৰিসৰত ৰূপায়িত সফল ডিজিটেল সমাধানৰ পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তি |
শ্ৰীযুত আলী ইহুছান, গৃহ নিৰাপত্তা আৰু প্ৰযুক্তি মন্ত্ৰী |
ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
|
7. |
মালদ্বীপত ভাৰতীয় ফাৰ্মাকোপিয়া (আই পি) স্বীকৃতি দিয়াৰ বুজাবুজি চুক্তি |
শ্ৰীযুত আব্দুল্লা নাজিম ইব্ৰাহিম, স্বাস্থ্য মন্ত্ৰী |
ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
|
8. |
মালদ্বীপত ইউপিআইৰ ওপৰত ভাৰতৰ এনপিচিআই ইণ্টাৰনেশ্যনেল পেমেণ্ট লিমিটেড (এনআইপিএল) আৰু মালদ্বীপ মুদ্ৰা প্ৰাধিকৰণৰ মাজত নেটৱৰ্ক-টু-নেটৱৰ্ক চুক্তি |
ড০ আব্দুল্লা খলিল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |


