ক্ৰ নং

চুক্তি/বুজাবুজি চুক্তি

1.

মালদ্বীপলৈ ৪,৮৫০ কোটি টকাৰ লাইন অৱ ক্ৰেডিট (এল অ’ চি) সম্প্ৰসাৰণ

2.

চৰকাৰী পুঁজিৰে চলি থকা এল অ’ চিৰ ওপৰত মালদ্বীপৰ বাৰ্ষিক ঋণ পৰিশোধৰ বাধ্যবাধকতা হ্ৰাস কৰা

3.

ভাৰত-মালদ্বীপ মুক্ত বাণিজ্য চুক্তি (আইএমএফটিএ) আলোচনাৰ শুভাৰম্ভ

4.

ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০বছৰীয়া জয়ন্তী উপলক্ষে যুটীয়া স্মাৰক ডাকটিকট প্ৰদান

ক্ৰ নং.

উদ্বোধন/হস্তান্তৰ

1.

ভাৰতৰ ক্ৰেতা ঋণৰ সুবিধাৰ অধীনত হুলুমলেত ৩৩০০টা সমূহীয়া আৱাস হস্তান্তৰ

2.

আদ্দু চহৰত পথ আৰু নিষ্কাশন ব্যৱস্থা প্ৰকল্পৰ উদ্বোধন

3.

মালদ্বীপত ৬টা উচ্চ প্ৰভাৱিত সমুহীয়া উন্নয়নমুলক প্ৰকল্পৰ উদ্বোধন

4.

৭২খন বাহন আৰু অন্যান্য সা-সৰঞ্জাম হস্তান্তৰ

5.

দুটা ভীষ্ম হেল্থ কিউব ছেট হস্তান্তৰ

6.

মালেত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱন উদ্বোধন

 

ক্ৰ. নং

বুজাবুজি চুক্তি বিনিময়/চুক্তি

মালদ্বীপৰ প্ৰতিনিধি

ভাৰতৰ প্ৰতিনিধি

1.

মালদ্বীপৰ সৈতে ৪,৮৫০ কোটি টকাৰ এঅ’চি চুক্তি

শ্ৰীযুত মোছা জমীৰ, বিত্ত আৰু পৰিকল্পনা মন্ত্ৰী

ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

2.

চৰকাৰৰ পুঁজিৰে চলি থকা এলঅ’চিৰ সন্দৰ্ভত মালদ্বীপৰ বাৰ্ষিক ঋণ পৰিশোধৰ বাধ্যবাধকতা হ্ৰাস কৰাক লৈ সংশোধনী চুক্তি

শ্ৰীযুত মোছা জমীৰ, বিত্ত আৰু পৰিকল্পনা মন্ত্ৰী

ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

3.

ভাৰত-মালদ্বীপ মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ কাৰ্য্যসূচী

শ্ৰীযুত মহম্মদ ছয়ীদ, অৰ্থনৈতিক উন্নয়ন আৰু বাণিজ্য মন্ত্ৰী

ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

4.

মীন আৰু জলজ কৃষিৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি

শ্ৰীযুত আহমেদ ছিয়াম, মীন আৰু মহাসাগৰীয় সম্পদ মন্ত্ৰী

ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

5.

ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান (আইআইটিএম), পৃথিৱী বিজ্ঞান মন্ত্ৰালয় আৰু মালদ্বীপ বতৰ বিজ্ঞান সেৱা (এমএমএছ), পৰ্যটন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি

শ্ৰীযুত থৰিক ইব্ৰাহিম, পৰ্যটন আৰু পৰিৱেশ মন্ত্ৰী

ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

6.

ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু মালদ্বীপৰ গৃহ নিৰাপত্তা আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যাৰ পৰিসৰত ৰূপায়িত সফল ডিজিটেল সমাধানৰ পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তি

শ্ৰীযুত আলী ইহুছান, গৃহ নিৰাপত্তা আৰু প্ৰযুক্তি মন্ত্ৰী

ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

7.

মালদ্বীপত ভাৰতীয় ফাৰ্মাকোপিয়া (আই পি) স্বীকৃতি দিয়াৰ বুজাবুজি চুক্তি

শ্ৰীযুত আব্দুল্লা নাজিম ইব্ৰাহিম, স্বাস্থ্য মন্ত্ৰী

ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

8.

মালদ্বীপত ইউপিআইৰ ওপৰত ভাৰতৰ এনপিচিআই ইণ্টাৰনেশ্যনেল পেমেণ্ট লিমিটেড (এনআইপিএল) আৰু মালদ্বীপ মুদ্ৰা প্ৰাধিকৰণৰ মাজত নেটৱৰ্ক-টু-নেটৱৰ্ক চুক্তি

ড০ আব্দুল্লা খলিল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

ড০ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026