|
ক্ৰ.নং |
বুজাবুজিৰ চূক্তি |
কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছে |
|
|
|
|
ভাৰতীয় পক্ষ |
ইজৰাইলী পক্ষ |
|
১ |
ভাৰত আৰু ইজৰাইলৰ মাজত চাইবাৰ সুৰক্ষা সম্পৰ্কত বুজাবুজিৰ চূক্তি |
শ্ৰী বিজয় গোখলে, সচিৱ (ই আৰ) |
শ্ৰী য়ুৱাল ৰটেম, সাধাৰণ সঞ্চালক, এম অ’ এফ এ, ইজৰাইল |
|
২ |
খনিজ তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু শক্তি মন্ত্ৰালয়ৰ মাজত তেল-গেছ ক্ষেত্ৰত বুজাবুজিৰ চূক্তি |
শ্ৰী বিজয় গোখলে, সচিৱ (ই আৰ) |
শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত |
|
৩ |
বিমান পৰিৱহণ চূক্তিৰ সংশোধন বিষয়ত ভাৰত আৰু ইজৰাইলৰ মাজত বুজাবুজিৰ চূক্তি |
শ্ৰী ৰাজীৱ নয়ন চ্চৱে’, সচিৱ, অসামৰিক বিমান |
শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত |
|
৪ |
ভাৰত আৰু ইজৰাইলৰ মাজত চলচিত্ৰৰ সহ-প্ৰযোজনা বিষয়ত বুজাবুজিৰ চূক্তি |
শ্ৰী এন কে সিনহা, সচিৱ, তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয় |
শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত |
|
৫ |
হোমিঅ’পেথী গৱেষণাৰ কেন্দ্ৰীয় পৰিষদ, আয়ুস মন্ত্ৰালয় আৰু চেন্টাৰ ফৰ ইন্টিগ্ৰে’টিভ কম্প্লিমেন্টেৰি মেডিচিন, শ্বাৰে জেডেক মেডিকেল চেন্টাৰৰ মাজত হোমিঅ’পেথীক ঔষধৰ গৱেষণা বিষয়ত বুজাবুজিৰ চূক্তি |
বৈদ্য ৰাজেশ কোটেছা, সচিৱ, আয়ুস মন্ত্ৰালয় |
শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত |
|
৬ |
ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান আৰু টেকনিয়ন- ইজৰাইল ইনষ্টিটিউট অৱ টেক্ন’লজিৰ মাজত মহাকাশ বিষয়ত বুজাবুজিৰ চূক্তি |
ড০ ভি কে ডাধৱাল, সঞ্চালক, ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান |
শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত |
|
৭ |
ভাৰতত বিনিয়োগ আৰু ইজৰাইলত বিনিয়োগ সম্পৰ্কত আগ্ৰহৰ চূক্তি |
শ্ৰী দীপক বাগ্লা, পৰিচালন সঞ্চালক তথা মূখ্য কাৰ্যবাহী বিষয়া, ইনভেষ্ট ইণ্ডিয়া |
শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত |
|
৮ |
ভাৰতীয় তেল নিগম আৰু আৰু ফিনাৰ্জি লিমিটেডৰ মাজত মেটেল এয়াৰ বেটেৰীৰ ক্ষেত্ৰত আগ্ৰহৰ পত্ৰ আদান প্ৰদান |
শ্ৰী সঞ্জীৱ সিং, অধ্যক্ষ, ভাৰতীয় তেল নিগম |
শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত |
|
৯ |
ভাৰতীয় তেল নিগম আৰু আৰু য়েডা ৰিচাৰ্ছ এণ্ড ডেভালপমেন্টৰ মাজত সৌৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আগ্ৰহৰ পত্ৰ আদান প্ৰদান |
শ্ৰী সঞ্জীৱ সিং, অধ্যক্ষ, ভাৰতীয় তেল নিগম |
শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত |
ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিৰ তালিকা (১৫ জানুৱাৰী, ২০১৮)
Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch
Crazy news for the Indian tech scene! 🔥 Microsoft opening its biggest data center in Hyd with a $20.5B push. Building AI-driven e-commerce apps is going to be so much smoother now with top-tier cloud infra. Big thanks to PM @narendramodi for making India a global tech hub! pic.twitter.com/jJJAltbEbq
— Priya Sharma (@Sh11217456Priya) August 7, 2026
Definitely bringing out my favorite traditional handloom outfit for the next community celebration! 🧵📷 PM @narendramodi ji call to celebrate National Handloom Day is such a fantastic way to support our rural weavers and flaunt our rich culture. Let's make local trend! pic.twitter.com/qnWhuRKfsu
— JeeT (@SubhojeetD999) August 7, 2026
भारतीय कॉफी का 140 देशों तक पहुँचना मेरे ई-कॉमर्स ऐप प्रोजेक्ट के लिए बड़ा मोटिवेशन है! लोकल नर्सरी पार्टनरशिप और पैकेजिंग R&D की मेहनत अब सार्थक लग रही है। भारतीय कृषि को ग्लोबल मार्केट का सरताज बनाने के लिए पीएम @narendramodi जी का विजन और नेतृत्व काबिले तारीफ है! pic.twitter.com/hRI7wwPVjS
— Raman Narwal (@Amanvat78694527) August 7, 2026
This 4x growth in India's data center capacity is exactly the kind of tech boom we need! Having such a strong, sovereign AI ecosystem makes the projects much more viable. Massive appreciation for PM @narendramodi’s brilliant vision in making India a true global digital power.
— shruti verma (@vshruti58) August 7, 2026
Under d leadership of PM Modi, d strengthened GOBARdhan initiative is changing organic waste into clean fuel.
— Rukmani Varma 🇮🇳 (@pointponder) August 7, 2026
This revolution is creating cleaner cities,empowering farmers, generating employment & moving 🇮🇳 towards energy self-reliance. pic.twitter.com/QfUG1QdW1b
MSMEs का तेज़ी से डिजिटल होना युवा और नए उद्यमियों के लिए बहुत बड़ी प्रेरणा है. ई-कॉमर्स मार्केट की संभावनाएं अब असीमित हो गई हैं. भारत में इस बेहतरीन डिजिटल क्रांति के लिए पीएम @narendramodi के विजन की बहुत सराहना. pic.twitter.com/2EAtJ43m2v
— Sridhar (@iamSridharnagar) August 7, 2026
Choosing handloom is not just a fashion statement,it's a commitment to preserving traditions,empowering artisans, strengthening the vision of #VocalForLocal #AtmanirbharBharat 🇮🇳
— 🇮🇳 Sangitha Varier 🚩 (@VarierSangitha) August 7, 2026
Let’s support Hon #PM @narendramodi Ji’s call to celebrate our weavers by embracing handloom… pic.twitter.com/6qs7xp92uq
Seeing global validation for India's ethanol push is incredible! 🌿🚗 Working closely with local nurseries for my own brand, I can see the massive potential of our booming green economy. Huge appreciation for PM Shri @narendramodi’s brilliant vision to empower the agri-sector! pic.twitter.com/TvUugH8Wvc
— Happy Samal (@Samal_Happy) August 7, 2026
गुवाहाटी-तेजपुर कॉरिडोर की मंजूरी लॉजिस्टिक्स के लिए एक शानदार कदम है. यह उत्तर-पूर्व भारत के लिए एक अद्भुत इंफ्रास्ट्रक्चर विकास है. बेहतरीन कनेक्टिविटी के इस विजन के लिए पीएम @narendramodi की बहुत सराहना.https://t.co/jG72KjvlX6 pic.twitter.com/9dltktiixp
— Manika Rawat (@manikarawa46306) August 7, 2026
Cabinet approves ₹8,970-crore Guwahati-Tezpur highway project in Assam Thanks PM @narendramodi Ji
— Zahid Patka (Modi Ka Parivar) (@zahidpatka) August 7, 2026
Vision A new artery of development and commerce, it will channel the benefits of growth to the remotest corners of the state spurring employmenthttps://t.co/caQEunWmb3@PMOIndia


