ক্ৰ.নং

বুজাবুজিৰ চূক্তি

কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছে

ভাৰতীয় পক্ষ

ইজৰাইলী পক্ষ

ভাৰত আৰু ইজৰাইলৰ মাজত চাইবাৰ সুৰক্ষা সম্পৰ্কত বুজাবুজিৰ চূক্তি

শ্ৰী বিজয় গোখলে, সচিৱ (ই আৰ)

শ্ৰী য়ুৱাল ৰটেম, সাধাৰণ সঞ্চালক, এম অ’ এফ এ, ইজৰাইল

খনিজ তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু শক্তি মন্ত্ৰালয়ৰ মাজত তেল-গেছ ক্ষেত্ৰত বুজাবুজিৰ চূক্তি

শ্ৰী বিজয় গোখলে, সচিৱ (ই আৰ)

শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত

বিমান পৰিৱহণ চূক্তিৰ সংশোধন বিষয়ত ভাৰত আৰু ইজৰাইলৰ মাজত বুজাবুজিৰ চূক্তি

শ্ৰী ৰাজীৱ নয়ন চ্চৱে’, সচিৱ, অসামৰিক বিমান

শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত

ভাৰত আৰু ইজৰাইলৰ মাজত চলচিত্ৰৰ সহ-প্ৰযোজনা বিষয়ত বুজাবুজিৰ চূক্তি

শ্ৰী এন কে সিনহা, সচিৱ, তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়

শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত

হোমিঅ’পেথী গৱেষণাৰ কেন্দ্ৰীয় পৰিষদ, আয়ুস মন্ত্ৰালয় আৰু চেন্টাৰ ফৰ ইন্টিগ্ৰে’টিভ কম্প্লিমেন্টেৰি মেডিচিন, শ্বাৰে জেডেক মেডিকেল চেন্টাৰৰ মাজত হোমিঅ’পেথীক ঔষধৰ গৱেষণা বিষয়ত বুজাবুজিৰ চূক্তি

বৈদ্য ৰাজেশ কোটেছা, সচিৱ, আয়ুস মন্ত্ৰালয়

শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত

ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান আৰু টেকনিয়ন- ইজৰাইল ইনষ্টিটিউট অৱ টেক্ন’লজিৰ মাজত মহাকাশ বিষয়ত বুজাবুজিৰ চূক্তি

ড০ ভি কে ডাধৱাল, সঞ্চালক, ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান 

শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত

ভাৰতত বিনিয়োগ আৰু ইজৰাইলত বিনিয়োগ সম্পৰ্কত আগ্ৰহৰ চূক্তি

শ্ৰী দীপক বাগ্লা, পৰিচালন সঞ্চালক তথা মূখ্য কাৰ্যবাহী বিষয়া, ইনভেষ্ট ইণ্ডিয়া

শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত

ভাৰতীয় তেল নিগম আৰু আৰু ফিনাৰ্জি লিমিটেডৰ মাজত মেটেল এয়াৰ বেটেৰীৰ ক্ষেত্ৰত আগ্ৰহৰ পত্ৰ আদান প্ৰদান

শ্ৰী সঞ্জীৱ সিং, অধ্যক্ষ, ভাৰতীয় তেল নিগম

শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত

ভাৰতীয় তেল নিগম আৰু আৰু য়েডা ৰিচাৰ্ছ এণ্ড ডেভালপমেন্টৰ মাজত সৌৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আগ্ৰহৰ পত্ৰ আদান প্ৰদান

শ্ৰী সঞ্জীৱ সিং, অধ্যক্ষ, ভাৰতীয় তেল নিগম

শ্ৰী ডেনিয়েল কাৰমন, ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi