প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২-২৩ এপ্ৰিল ২০২১ তাৰিখে ভাৰ্চুৱেলী অনুষ্ঠিত হ’বলগীয়া জলবায়ু সন্দৰ্ভত নেতৃবৰ্গৰ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি যোছেফ আৰ বাইডেনৰ আমন্ত্ৰণমৰ্মে অংশগ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে নেতৃবৰ্গৰ প্ৰথম অধিৱেশনত অৰ্থাৎ ২২ এপ্ৰিল ২০২১ তাৰিখে সন্ধিয়া ৫.৩০ বজাৰ পৰা ৭.৩০ বজালৈ "Our Collective Sprint to 2030” শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰিব৷

এই সন্মিলনত প্ৰায় ৪০ জন বিশ্ব নেতাই অংশগ্ৰহণ কৰিব৷ প্ৰধান অৰ্থনৈতিক মঞ্চ (ভাৰতো সদস্য)ৰ সদস্য দেশৰ প্ৰতিনিধিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰি জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত ব্যাখ্যা আগবঢ়াব৷ নেতৃবৰ্গই এই সন্দৰ্ভত ভাৱ বিনিময় কৰাৰ লগতে স্বচ্ছ ইন্ধনৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিগত উদ্ভাৱন সন্দৰ্ভতো ভাষণ প্ৰদান কৰিব৷

এই সন্মিলন জলবায়ুৰ সৈতে জড়িত বিশ্বজনীন বৈঠকসমূহৰ শৃংখলাৰ এটা অংশ যি নৱেম্বৰ ২০২১ত চিঅ’পি২৬লৈ চলিবলগীয়া জলবায়ু বিষয়ৰ সৈতে জড়িত৷

উল্লেখ্য, প্ৰতিটো অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব আৰু সংবাদ মাধ্যম তথা জনসাধাৰণৰ বাবেও মুকলি ৰখা হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2026
September 12, 2026

President Putin, Partners, and a Photograph: How PM Modi Turned BRICS Into India’s Showcase

16 Crore Domestic Flyers. ₹22 Lakh Crore Tourism. The Holiday Stayed Home.