ভাৰতৰ সামুদ্ৰিক খণ্ডই ক্ষিপ্ৰ গতি আৰু শক্তিৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
আমি শতিকাৰো অধিক পুৰণি ঔপনিৱেশিক জাহাজ চলোৱা আইনসমূহৰ ঠাইত একবিংশ শতিকাৰ বাবে উপযুক্ত আধুনিক, ভৱিষ্যতৰ আইনসমূহ সলনি কৰিছোঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতৰ বন্দৰসমূহ উন্নয়নশীল বিশ্বৰ আটাইতকৈ কাৰ্যক্ষম বন্দৰসমূহৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়; বহু দিশত এইবোৰে উন্নত বিশ্বৰ তুলনাত আৰু ভাল প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত নতুন উচ্চতাত উপনীত হোৱাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিছে, আমি এতিয়া বৃহৎ জাহাজক আন্তঃগাঁথনি সম্পত্তিৰ মৰ্যাদা প্ৰদান কৰিছোঃপ্ৰধানমন্ত্ৰী
ভাৰতৰ জাহাজ পৰিবহণ খণ্ডত কাম আৰু সম্প্ৰসাৰণৰ বাবে এইটোৱেই উপযুক্ত সময়ঃ প্ৰধানমন্ত্ৰী
যেতিয়া বিশ্বৰ সাগৰবোৰ ৰুক্ষ হয়, তেতিয়া বিশ্বই এটা সুস্থিৰ লাইটহাউচ বিচাৰে, ভাৰতে সেই ভূমিকা শক্তি আৰু সুস্থিৰতাৰে পালন কৰিবলৈ ভালদৰে সাজু হৈছেঃ প্ৰধানমন্ত্ৰী
বিশ্বৰ উত্তেজনা, বাণিজ্যিক ব্যাঘাত আৰু যোগান শৃংখলৰ পৰিৱৰ্তনৰ মাজত ভাৰত কৌশলগত স্বায়ত্তশাসন, শান্তি আৰু সৰ্বাংগীন বিকাশৰ প্ৰতীক হিচাপে থিয় দিছেঃ প্ৰধানমন্ত্ৰী

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছ জী, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সতীৰ্থ সৰ্বানন্দ সোণোৱাল জী, শান্তনু ঠাকুৰ জী, কীৰ্তিৱৰ্ধন সিং জী, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্দেজী, অজিত পাৱাৰ জী, জাহাজ আৰু অন্যান্য উদ্যোগৰ নেতাসকলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল!

বন্ধুসকল,

বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।

 

বন্ধুসকল,

শেহতীয়াকৈ ইয়াত জাহাজ খণ্ড সম্পৰ্কীয় কেইবাটাও প্ৰকল্প আৰম্ভ কৰা হৈছে। জাহাজ পৰিবহণ খণ্ডতো লাখ লাখ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ দ্বাৰা ভাৰতৰ সামুদ্ৰিক সামৰ্থ্যৰ ওপৰত বিশ্বৰ আস্থা প্ৰকাশ পায়। এই অনুষ্ঠানত আপোনাৰ উপস্থিতি আমাৰ মিলিত প্ৰতিশ্ৰুতিৰ প্ৰতীক।

বন্ধুসকল,

এই একবিংশ শতিকাত ভাৰতৰ সামুদ্ৰিক খণ্ড দ্ৰুত গতি আৰু শক্তিৰে আগবাঢ়িছে। বিশেষকৈ ২০২৫ বৰ্ষটো ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবে এক উল্লেখযোগ্য বছৰ। এইবাৰৰ কিছুমান উল্লেখযোগ্য কৃতিত্ব আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো! ভাৰতৰ প্ৰথমটো গভীৰ পানীৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰেন্সশ্বিপমেণ্ট হাব ভিজিনজাম বন্দৰ এতিয়া কাৰ্যক্ষম হৈ উঠিছে। শেহতীয়াকৈ তাত উপস্থিত হৈছে বিশ্বৰ সৰ্ববৃহৎ কণ্টেইনাৰ জাহাজখন। প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া আছিল এক গৌৰৱৰ মুহূৰ্ত। ২০২৪-২৫ চনত ভাৰতৰ প্ৰধান বন্দৰসমূহেও এতিয়ালৈকে সৰ্বাধিক সামগ্ৰী পৰিচালনা কৰি এক নতুন অভিলেখ গঢ়িছিল। তদুপৰি প্ৰথমবাৰৰ বাবে ভাৰতীয় বন্দৰ এটাই মেগাৱাট আকাৰৰ থলুৱা সেউজ হাইড্ৰজেনৰ সুবিধা আৰম্ভ কৰিছে। আৰু এই কৃতিত্ব আমাৰ কণ্ডলা বন্দৰে লাভ কৰিছে। জে এন পি টিত আন এক বৃহৎ উন্নয়ন ঘটিছে। জেএনপিটিত ভাৰত মুম্বাই কণ্টেইনাৰ টাৰ্মিনেলৰ দ্বিতীয় পৰ্যায়ৰ কামো আৰম্ভ হৈছে। ইয়াৰ ফলত টাৰ্মিনেলৰ পৰিচালনা ক্ষমতা দুগুণ বৃদ্ধি পাই ভাৰতৰ সৰ্ববৃহৎ কণ্টেইনাৰ বন্দৰ হৈ পৰিছে। ভাৰতৰ বন্দৰ আন্তঃগাঁথনিৰ সৰ্ববৃহৎ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ফলত এই কাম সম্ভৱ হৈছে। ইয়াৰ বাবে ছিংগাপুৰত থকা মোৰ সহকৰ্মীসকলৰ প্ৰতিও বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

বন্ধুসকল,

এইবাৰ ভাৰতৰ সামুদ্ৰিক খণ্ডতো আমি পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ দিশত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছো। আমি ১০০ বছৰতকৈও অধিক পুৰণি ঔপনিৱেশিক জাহাজ চলোৱা আইনসমূহৰ ঠাইত একবিংশ শতিকাৰ বাবে আধুনিক আৰু ভৱিষ্যতৰ আইন ৰূপায়ণ কৰিছো। এই নতুন আইনসমূহে ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডসমূহক ক্ষমতা প্ৰদান কৰে, সুৰক্ষা আৰু বহনক্ষমতাক গুৰুত্ব দিয়ে আৰু বন্দৰ ব্যৱস্থাপনাত ডিজিটেলাইজেচন সম্প্ৰসাৰণ কৰে।

 

বন্ধুসকল,

মাৰ্চেণ্ট শ্বিপিং এক্টত আমি বিশ্বব্যাপী ভাৰতীয় আইনসমূহক আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ সৈতে সংগতি ৰাখিছো। ইয়াৰ ফলত সুৰক্ষাৰ নিশ্চয়তা বৃদ্ধি পাইছে, ব্যৱসায় কৰাত সুচলতা বৃদ্ধি পাইছে আৰু চৰকাৰী হস্তক্ষেপ হ্ৰাস পাইছে। মই নিশ্চিত যে এই প্ৰচেষ্টাসমূহে আপোনাৰ, আমাৰ বিনিয়োগকাৰীসকলৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিব।

বন্ধুসকল,

বাণিজ্যৰ সুবিধাৰ বাবে উপকূলীয় জাহাজ আইনখন ৰচনা কৰা হৈছে। ই যোগান শৃংখলৰ সুৰক্ষা শক্তিশালী কৰে। তদুপৰি ভাৰতৰ দীঘলীয়া উপকূলৰ কাষে কাষে সুষম উন্নয়ন নিশ্চিত কৰিব। একেদৰে, এক ৰাষ্ট্ৰ–এক বন্দৰ প্ৰক্ৰিয়াই বন্দৰভিত্তিক পদ্ধতিসমূহক প্ৰামাণিক কৰি তুলিব আৰু নথিপত্ৰৰ কাম যথেষ্ট হ্ৰাস কৰিব।

বন্ধুসকল,

এই জাহাজ খণ্ডৰ সংস্কাৰসমূহ এক প্ৰকাৰে আমাৰ যোৱা দশকৰ সংস্কাৰ যাত্ৰাৰ ধাৰাবাহিকতা। যদি আমি যোৱা দহ-এঘাৰ বছৰলৈ চাওঁ, ভাৰতৰ সামুদ্ৰিক খণ্ডত যি পৰিৱৰ্তন হৈছে সেয়া ঐতিহাসিক। মেৰিটাইম ইণ্ডিয়া ভিজনৰ অধীনত ১৫০টাতকৈও অধিক নতুন পদক্ষেপ আৰম্ভ কৰা হৈছে। এইবোৰে প্ৰধান বন্দৰসমূহৰ ক্ষমতা প্ৰায় দুগুণ বৃদ্ধি কৰিছে, টাৰ্ণআউটৰ সময় যথেষ্ট হ্ৰাস কৰিছে আৰু ক্ৰুজ পৰ্যটনক এক নতুন গতি প্ৰদান কৰিছে। আজি আভ্যন্তৰীণ জলপথত মালবাহী জাহাজৰ চলাচল ৭০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে আৰু কাৰ্যক্ষম জলপথৰ সংখ্যা তিনিৰ পৰা ৩২টালৈ বৃদ্ধি পাইছে। আমাৰ বন্দৰসমূহৰ নিকা বাৰ্ষিক উদ্বৃত্তৰ পৰিমাণো এটা দশকত ৯ গুণ বৃদ্ধি পাইছে।

 

বন্ধুসকল,

আমি গৌৰৱান্বিত যে আজি ভাৰতৰ বন্দৰসমূহ উন্নয়নশীল বিশ্বৰ আটাইতকৈ কাৰ্যক্ষম বন্দৰৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হৈছে। বহুক্ষেত্ৰত তেওঁলোকে আনকি উন্নত বিশ্বৰ বন্দৰসমূহকো চেৰ পেলাইছে। আৰু কিছু পৰিসংখ্যা দিওঁ। আজি ভাৰতত কণ্টেইনাৰ থকাৰ গড় সময় তিনিদিনতকৈও কমলৈ হ্ৰাস পাইছে। বহু উন্নত দেশতকৈ এইটো ভাল। জাহাজৰ গড় টাৰ্ণআউট সময় ৯৬ঘণ্টাৰ পৰা মাত্ৰ ৪৮ ঘণ্টালৈ হ্ৰাস পাইছে। ইয়াৰ ফলত ভাৰতীয় বন্দৰসমূহ বিশ্বব্যাপী জাহাজ পৰিবহণৰ বাবে অধিক প্ৰতিযোগিতামূলক আৰু আকৰ্ষণীয় হৈ পৰিছে। বিশ্ব বেংকৰ লজিষ্টিক প্ৰদৰ্শন সূচকাংকতো ভাৰতে যথেষ্ট উন্নতি সাধন কৰিছে।

আৰু বন্ধুসকল,

জাহাজ চলোৱা খণ্ডত মানৱ সম্পদৰ ক্ষেত্ৰত ভাৰত অগ্ৰণী স্থানত আছে। যোৱা দশকত ভাৰতীয় নাৱিকৰ সংখ্যা ১.২৫ লাখৰ পৰা ৩ লাখৰো অধিক হৈছে। পৃথিৱীৰ যিকোনো সাগৰৰ পাৰলৈ গ’লে জাহাজত কোনোবা এজন ভাৰতীয় নাৱিকক পাব। আজি ভাৰত নাৱিকৰ সংখ্যাৰ ফালৰ পৰা বিশ্বৰ শীৰ্ষ তিনিখন দেশৰ ভিতৰত অন্যতম হৈ পৰিছে।

বন্ধুসকল,

একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈ গ’ল। এই শতিকাৰ পৰৱৰ্তী ২৫ বছৰ আৰু অধিক গুৰুত্বপূৰ্ণ। গতিকে আমাৰ গুৰুত্ব "নীলা অৰ্থনীতি", "বহনক্ষম উপকূলীয় উন্নয়ন"ৰ ওপৰত, আৰু আমি সেউজ লজিষ্টিক, বন্দৰ সংযোগ আৰু উপকূলীয় ঔদ্যোগিক ক্লাষ্টাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিছো।

 

বন্ধুসকল,

জাহাজ নিৰ্মাণো আজি ভাৰতৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ। এটা সময় আছিল যেতিয়া ভাৰত বিশ্বৰ এখন প্ৰধান জাহাজ নিৰ্মাণ কেন্দ্ৰ আছিল। ইয়াৰ পৰা অজন্তা গুহাবোৰ বেছি দূৰত নহয়। তাত আপুনি ষষ্ঠ শতিকাৰ এখন ছবি দেখিব, য’ত আপুনি তিনিটা মাষ্টযুক্ত জাহাজৰ ডিজাইন পাব। ষষ্ঠ শতিকাৰ এখন ছবিত তিনিটা মাষ্টযুক্ত জাহাজৰ ডিজাইন আপুনি কল্পনা কৰিব পাৰে আৰু এই ডিজাইনটো এশ বছৰৰ পিছত আন দেশসমূহেও গ্ৰহণ কৰিছিল; এশ বছৰৰ ব্যৱধান আছিল।

বন্ধুসকল,

ভাৰতত নিৰ্মিত জাহাজসমূহ আগতে বিশ্ব বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ অংগ আছিল। তাৰ পিছত আমি জাহাজ ভাঙি যোৱাৰ ক্ষেত্ৰখনলৈ আগবাঢ়িলোঁ। এতিয়া ভাৰতে পুনৰবাৰ জাহাজ নিৰ্মাণ খণ্ডত নতুন উচ্চতাত উপনীত হোৱাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। ভাৰতে বৃহৎ জাহাজকো আন্তঃগাঁথনি সম্পদৰ মৰ্যাদা প্ৰদান কৰিছে। এই নীতিগত সিদ্ধান্তই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো জাহাজ নিৰ্মাতাৰ বাবে নতুন পথ মুকলি কৰিব। ইয়াৰ ফলত নতুন বিত্তীয় বিকল্প লাভ কৰিব, সুদৰ খৰচ হ্ৰাস পাব, আৰু ঋণৰ সুবিধা লাভ কৰিব।

আৰু বন্ধুসকল,

এই সংস্কাৰ ত্বৰান্বিত কৰিবলৈ চৰকাৰে প্ৰায় ৭০,০০০ কোটি টকাও বিনিয়োগ কৰিব। ইয়াৰ ফলত ঘৰুৱা সামৰ্থ্য বৃদ্ধি পাব, দীৰ্ঘম্যাদী বিত্তীয় সাহায্যৰ প্ৰসাৰ হ’ব, গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড জাহাজ নিৰ্মাণ কাৰখানা বিকশিত হ’ব, উন্নত সামুদ্ৰিক দক্ষতা বিকাশ হ’ব আৰু যুৱক-যুৱতীসকলৰ বাবে লাখ লাখ চাকৰিৰ সৃষ্টি হ’ব। আৰু ইয়াৰ দ্বাৰা আপোনালোক সকলোৰে বাবে বিনিয়োগৰ নতুন পথো মুকলি হ’ব।

 

বন্ধুসকল,

এই ভূমি ছত্রপতি শিৱাজী মহাৰাজৰ ভূমি। ছত্ৰপতি শিৱাজী মহাৰাজে কেৱল সামুদ্ৰিক সুৰক্ষাৰ ভেটি স্থাপন কৰাই নহয় আৰব সাগৰৰ বাণিজ্যিক পথত ভাৰতীয় শক্তিৰ পতাকা উত্তোলন কৰে। তেওঁৰ দৃষ্টিভংগীয়ে আমাক দেখুৱাইছে যে সাগৰবোৰ কেৱল সীমাই নহয়, সুযোগৰ দুৱাৰমুখো। আজি ভাৰত সেই একে দৃষ্টিভংগীৰে আগবাঢ়িছে।

বন্ধুসকল,

ভাৰতে বিশ্বজুৰি যোগান শৃংখলৰ সুস্থিৰতা শক্তিশালী কৰিব বিচাৰিছে। আমি বিশ্বমানৰ মেগাবন্দৰ নিৰ্মাণত নিয়োজিত হৈ আছো; মহাৰাষ্ট্ৰৰ বাধ্বনত ৭৬,০০০ কোটি টকা ব্যয়েৰে এটা নতুন বন্দৰ নিৰ্মাণ কৰা হৈছে। আমি আমাৰ প্ৰধান বন্দৰসমূহৰ ক্ষমতা চাৰিগুণ বৃদ্ধিৰ বাবে কাম কৰি আছো। আমি ভাৰতৰ কণ্টেইনাৰযুক্ত সামগ্ৰীৰ অংশও বৃদ্ধি কৰিব বিচাৰো আৰু এই সকলোবোৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপোনালোক সকলো আমাৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। আমি আপোনাৰ ধাৰণা, উদ্ভাৱন, আৰু বিনিয়োগক আদৰণি জনাইছো। আপুনি এইটোও জানে যে ভাৰতত বন্দৰ আৰু জাহাজ চলোৱাত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি আছে। বৰ্তমান ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব দ্ৰুতগতিত বৃদ্ধি পাইছে। "মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড"ৰ দৃষ্টিভংগীৰ অধীনতো প্ৰৰোচনা প্ৰদান কৰা হৈছে। আমি ৰাজ্যসমূহক বিনিয়োগ আকৰ্ষণ কৰিবলৈও উৎসাহিত কৰিছো, গতিকে আপোনালোক সকলোৰে বাবে বিভিন্ন দেশৰ বিনিয়োগকাৰীৰ বাবে ভাৰতৰ জাহাজ চলোৱা খণ্ডত কাম কৰাৰ আৰু আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সময়, উপযুক্ত সময়।

বন্ধুসকল,

ভাৰতৰ আন এক সুকীয়া বৈশিষ্ট্য আছে, সেয়া হৈছে আমাৰ সজীৱ গণতন্ত্ৰ আৰু নিৰ্ভৰযোগ্যতা। যেতিয়া বিশ্বৰ সাগৰবোৰ ৰুক্ষ হয়, তেতিয়া বিশ্বই এটা সুস্থিৰ লাইটহাউচ বিচাৰে। আৰু ভাৰতে এনে এটা লাইটহাউচৰ ভূমিকা অতি শক্তিশালীভাৱে পালন কৰিব পাৰে। বিশ্বৰ উত্তেজনা, বাণিজ্যিক বিঘিনি, আৰু যোগান শৃংখলৰ পৰিৱৰ্তনৰ মাজত ভাৰত কৌশলগত স্বায়ত্তশাসন, শান্তি আৰু সৰ্বাংগীন বিকাশৰ প্ৰতীক। আমাৰ সামুদ্ৰিক আৰু বাণিজ্যিক পদক্ষেপসমূহ এই বৃহত্তৰ দৃষ্টিভংগীৰ অংশ। ইয়াৰ এটা উদাহৰণ হ’ল ভাৰত–মধ্যপ্ৰাচ্য–ইউৰোপ অৰ্থনৈতিক কৰিডৰ। ই বাণিজ্যিক পথসমূহ পুনৰ সংজ্ঞায়িত কৰিব আৰু স্বচ্ছ শক্তি আৰু স্মাৰ্ট লজিষ্টিকক প্ৰসাৰিত কৰিব।

 

বন্ধুসকল,

আজি আমাৰ গুৰুত্বও সৰ্বাংগীন সামুদ্ৰিক উন্নয়নৰ ওপৰত। এইটো তেতিয়াহে সম্ভৱ যেতিয়া ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰ আৰু অতি কম উন্নত দেশসমূহক প্ৰযুক্তি, প্ৰশিক্ষণ আৰু আন্তঃগাঁথনিৰ জৰিয়তে শক্তিশালী কৰা হয়। জলবায়ু পৰিৱৰ্তন, যোগান শৃংখলৰ ব্যাঘাত, অৰ্থনৈতিক অনিশ্চয়তা আৰু সামুদ্ৰিক নিৰাপত্তাৰ সৈতে আমি একেলগে সন্মুখীন হ’ব লাগিব।

বন্ধুসকল,

আহক, আমি সকলোৱে মিলি শান্তি, প্ৰগতি আৰু সমৃদ্ধি আৰু অধিক দ্ৰুতগতিত আগুৱাই নিয়াৰ বাবে কাম কৰোঁ, এটা বহনক্ষম ভৱিষ্যত গঢ়ি তোলোঁ। আকৌ এবাৰ আপোনালোক সকলোকে এই সন্মিলনৰ অংশ হোৱাৰ বাবে অভিনন্দন জনাইছো আৰু আপোনালোকৰ বাবে শুভকামনা জনাইছো।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Barak Valley will become a major logistics and trade hub for the North East: PM Modi in Silchar, Assam
March 14, 2026
Today, North-East India is the center of India’s Act East Policy; It is becoming a bridge that connects India with South-East Asia: PM
The farmers of Barak Valley and tea garden workers have made a significant contribution to Assam’s development; the Government is continuously working for farmers’ welfare: PM
We consider border villages as the nation’s first villages; the next phase of the Vibrant Village Programme was launched from Cachar district to boost development in several Barak Valley villages as well: PM

भारत माता की जय।

भारत माता की जय।

भारत माता की जय।

प्रानोप्रिय बोराक उपत्यकार, सम्मानित नागरिकवृंद, आपनादेर शोबाई के आमार प्रोणाम जानाई।

राज्य के लोकप्रिय मुख्यमंत्री हिमंता बिस्वा सरमा जी, केंद्रीय मंत्रिमंडल में मेरे साथी सर्बानंद सोनोवाल जी, उपस्थित राज्य सरकार के मंत्रीगण, जनप्रतिनिधिगण और मेरे प्यारे भाईयों और बहनों।

संस्कृति, साहस और जीवंतता से भरपूर बराक वैली के आप सभी परिवारजनों के बीच आना बहुत विशेष अनुभव रहता है। सिलचर को तो बराक घाटी का गेटवे कहा जाता है। ये वो जगह है जहां इतिहास, भाषा, संस्कृति और उद्यम ने मिलकर अपनी एक विशेष पहचान बनाई है। यहां बांग्ला बोली जाती है, असमिया की गूँज सुनाई देती है और अन्य जनजातीय परंपराएं भी फुलती-फलती हैं। यहां इतनी विविधता को अपनी ताकत बनाकर आप सभी भाईचारे के साथ, सद्भाव के साथ, इस पूरे क्षेत्र का विकास कर रहे हैं। ये बराक वैली का बहुत बड़ा सामर्थ्य है

साथियों,

बराक नदी के उपजाऊ मैंदानों ने, यहां के चाय बागानों ने, यहां के किसानों को, यहां के ट्रेड रूट्स को, एजुकेशन सेंटर्स को हमेशा प्रोत्साहित किया है। ये क्षेत्र असम ही नहीं, पूरे नॉर्थ ईस्ट और पश्चिम बंगाल को भी कनेक्ट करता है। बराक घाटी के इसी महत्व को 21वीं सदी में और अधिक सशक्त करने के लिए मैं आज आपके बीच आया हूं, आपके आशीर्वाद लेने आया हूं। थोड़ी देर पहले यहां बराक वैली की कनेक्टिविटी से जुड़े, नॉर्थ ईस्ट की कनेक्टिविटी से जुड़े, हजारों करोड़ रूपये के प्रोजेक्ट्स का शिलान्यास और लोकार्पण हुआ है। रोड़ हो, रेल हो, एग्रीकल्चर कॉलेज हो, ऐसे हर प्रोजेक्ट्स से बराक वैली नॉर्थ ईस्ट का एक बड़ा लॉजिस्टिक और ट्रेड हब बनने जा रहा है। इससे यहां के नौजवानों के लिए रोजगार के, स्वरोजगार के अनगिनत, अनगिनत अवसर बनने जा रहे हैं। मैं आप सभी को इन सभी विकास परियोजाओं के लिए बहुत-बहुत बधाई देता हूं।

साथियों,

आजादी के अनेक दशकों तक कांग्रेस की सरकारों ने नॉर्थ ईस्ट को दिल्ली से और दिल से, दोनों से ही दूर रखा। कांग्रेस ने नॉर्थ ईस्ट को एक प्रकार से भुला दिया था। लेकिन बीजेपी की डबल इंजन सरकार ने नॉर्थ ईस्ट को ऐसे कनेक्ट किया है कि आज हर तरफ इसकी चर्चा है। आज नॉर्थ ईस्ट भारत की एक्ट ईस्ट पॉलिसी का केंद्र है, दक्षिण पूर्व एशिया के साथ भारत को जोड़ने वाला सेतु बन रहा है।

लेकिन साथियों,

जैसे कांग्रेस ने नॉर्थ ईस्ट को अपने हाल पर छोड़ दिया था, ठीक वैसे ही बराक वैली को भी बेहाल करने में कांग्रेस की बहुत बड़ी भूमिका रही है। जब देश आज़ाद हुआ, तो कांग्रेस ने ऐसी बाउंड्री खींचने दी, जिससे बराक घाटी का समंदर से संपर्क ही कट गया। जो बराक वैली कभी ट्रेड रूट के रूप में, एक औद्योगिक केंद्र के रूप में जानी जाती थी, उस बराक वैली से उसकी ताकत ही छीन ली गई। आज़ादी के बाद भी दशकों तक कांग्रेस की सरकारें रहीं, लेकिन बराक घाटी के विकास के लिए कुछ खास नहीं हुआ।

साथियों,

बीजेपी की डबल इंजन सरकार, इस स्थिति को बदल रही है। हम बराक घाटी को फिर से व्यापार कारोबार का बड़ा हब बनाने के लिए निरंतर काम कर रहे हैं। आज इस दिशा में एक बहुत बड़ा और अत्यंत महत्वपूर्ण कदम उठाया जा रहा है। आज करीब 24 हजार करोड़ रुपए के शिलांग-सिलचर हाई-स्पीड कॉरिडोर का भूमि पूजन हुआ है, 24 हजार करोड़ रुपए, कितने? कितने? 24 हजार करोड़ रुपए। कितने? कितने? कितने? ये जरा कांग्रेस वालों को पूछना, जरा कागज पेन देना और उनको कहना कि जरा कागज पर 24 हजार करोड़ लिखो तो, कितने, कितने जीरो लगते हैं, आएगा नहीं उनको। ये कांग्रेस वालों के दिमाग का ताला जहां बंद हो जाता है ना, वहां हमारा काम शुरू हो जाता है। यह नॉर्थ-ईस्ट का पहला Access Controlled High-Speed Corridor होगा।

साथियों,

ये सिर्फ एक हाईवे प्रोजेक्ट नहीं है, ये नॉर्थ ईस्ट के लोगों के दशकों पुराने इंतजार का अंत हो रहा है। इस कॉरिडोर से सिलचर, मिजोरम, मणिपुर और त्रिपुरा, ये सब राज्य कनेक्ट होने वाले हैं। इन तीनों राज्यों से आगे बांग्लादेश और म्यांमार हैं और फिर आगे दक्षिण-पूर्व एशिया का विशाल बाजार है। यानी बराक घाटी, एक बहुत उज्जवल भविष्य की तरफ जुड़ने का आज शिलान्यास कर रही है। इसका फायदा असम सहित पूरे नॉर्थ ईस्ट के किसानों को होगा, यहां के नौजवानों को होगा। इतनी अच्छी कनेक्टिविटी वाले ये सारा क्षेत्र बनने से, इस पूरे क्षेत्र में इंडस्ट्री को बल मिलेगा, टूरिज्म को फायदा होगा और सबसे बड़ी बात, हिन्दुस्तान का कोना-कोना आसानी से आप लोगों से जुड़ जाने वाला है।

साथियों,

आप सभी यहां सिलचर में ट्रैफिक को लेकर भी काफी परेशान रहे हैं। अब सिलचर फ्लाईओवर से ये समस्या भी कम हो जाएगी। सिल्चर मेडिकल कॉलेज, NIT सिल्चर और असम यूनिवर्सिटी में पढ़ाई कर रहे युवा साथियों के लिए, ये बहुत अच्छी सुविधा हो गई है। इससे आने-जाने में उनका बहुत ही कीमती समय बचने वाला है।

साथियों,

डबल इंजन की बीजेपी सरकार, असम की रेल कनेक्टिविटी पर भी बहुत अधिक काम कर रही है। खासतौर पर रेलवे का बिजलीकरण हमारी बहुत बड़ी प्राथमिकता रहा है। अब असम का ढाई हजार किलोमीटर से अधिक का रेल नेटवर्क, अब इलेक्ट्रिफाई हो चुका है। अब यहां भी तेज़ गति से ट्रेनें चल पाएंगी, इससे बराक वैली के स्वच्छ वातावरण को भी फायदा मिलेगा।

साथियों,

बराक वैली के किसानों और यहां के चाय-बागानों में काम करने वाले श्रमिकों का असम के विकास में बहुत बड़ा योगदान है। डबल इंजन सरकार किसानों के कल्याण के लिए निरंतर कदम उठा रही है। कल ही, गुवाहाटी से मैंने पीएम किसान सम्मान निधि की अगली किश्त जारी की है। अब तक पीएम किसान सम्मान निधि का देश के किसानों को लाखों करोड़ रूपया, और अकेले हमारे असम के किसानों को 20 हजार करोड़ रुपए से ज्यादा पैसा असम के किसानों को मिल चुका है। अब आप सोचिये, हमने 10 साल में यहां के किसानों की जेब में, 20 हजार करोड़ रुपया उनकी जेब में दिया है। ये कांग्रेस वालों ने 10 साल राज किया, प्रधानमंत्री तो असम से चुनकर के गए थे, उसके बावजूद भी एक फूटी कौड़ी नहीं दी, एक फूटी कौड़ी किसानों को नहीं दी, हमने 20 हजार करोड़ रूपया दिया है। कल बराक वैली के हज़ारों किसानों के खाते में भी, ये आखिरी किस्त भी पहुंची है, ये वाली किस्त पहुंची है और फिर जब चुनाव के बाद आएगा समय, तब भी पहुंचेगी। ये पैसा खेती से जुड़ी छोटी-छोटी जरूरतों को पूरा करने में, मेरे गांव के छोटे-छोटे किसान भाई-बहनों को बहुत बड़ी मदद कर रहा है।

साथियों,

बराक वैली अब अपनी फसलों के लिए ही नहीं, बल्कि कृषि से जुड़ी पढ़ाई और रिसर्च के लिए भी जानी जाएगी। पत्थरकांडी में बराक घाटी के पहले एग्रीकल्चर कॉलेज का निर्माण कार्य आज से शुरु हो रहा है। इससे किसानों को तो फायदा होगा ही, यहां के नौजवानों को कृषि स्टार्टअप्स के लिए सहयोग, समर्थन और प्रोत्साहन मिलेगा।

साथियों,

भाजपा का मंत्र है- जो विकास की दौड़ में पीछे रह गया, उसे प्राथमिकता देना। कांग्रेस की सरकारें बॉर्डर एरिया को, देश के अंतिम गांव मानती थीं। हम बॉर्डर के गांवों को देश के पहले गांव मानते हैं। और इसलिए, बॉर्डर एरिया के विकास के लिए, कछार जिले से ही वाइब्रेंट विलेज प्रोग्राम का अगला चरण शुरु किया था। इससे बराक वैली के अनेक गांवों में भी सुधार होना तय हो गया है।

साथियों,

यहां बड़ी संख्या में चाय-बागानों में कार्य करने वाले साथी भी हैं। असम सरकार ने, चाय-बगानों से जुड़े हजारों परिवारों को, उनकी जमीन का अधिकार देने का ऐतिहासिक काम किया है, वो इन परिवारों के भविष्य को बदलने की एक बड़ी शुरुआत है। जमीन के पट्टे मिलने से, इन परिवारों को सुरक्षा मिली है, उन्हें सम्मान का जीवन मिलना सुनिश्चित हुआ है।

साथियों,

आप जरा वहां से दूर रहिए, अब जगह नहीं है, आगे नहीं आ सकते हैं। देखिए वहां से जरा दूर रखिये उनको, अब आगे नहीं आ सकते भईया, अरे हमारे असम के भाई-बहन तो बड़े समझदार हैं। आपका से प्यार, आपका आशीर्वाद, ये इतनी बड़ी ताकत है, कृपा करके आप।

साथियों,

मैं हेमंता जी की सरकार को बधाई देता हूं, चाय-बागानों में करीब 200 सालों से सेवा दे रही अनेक पीढ़ियों के संघर्ष को आपने आज सम्मान दिया है। देखिए मेरी इस बात पर बादल भी गरजने लग गए। मुझे खुशी है कि जिनको पहले की सरकारों ने अपने हाल पर छोड़ दिया था, उनकी सुध बीजेपी सरकार ने ली है।

साथियों,

ये सिर्फ भूमि पर कानूनी अधिकार का ही मामला नहीं है। इससे ये लाखों परिवार, केंद्र और राज्य सरकार की अनेक कल्याणकारी योजनाओं से भी तेज़ी से जुड़ेंगे। पक्के घर की योजना हो, बिजली, पानी और गैस की योजनाएं हों, इन सब स्कीम्स का पूरा फायदा अब इन परिवारों को मिलना संभव होगा।

साथियों,

बीते सालों में बीजेपी सरकार ने चाय-बागानों में अनेक स्कूल खोले हैं, बच्चों को स्कॉलरशिप्स दिए हैं। सरकारी नौकरियों के लिए भी रास्ते खोले गए हैं। ऐसे प्रयासों से चाय-बागानों के युवाओं के लिए सुनहरे भविष्य के द्वार खुल रहे हैं।

साथियों,

बीजेपी की डबल इंजन सरकार के लिए शिक्षा, कौशल विकास और स्वास्थ्य सुविधाएं बहुत बड़ी प्राथमिकताएं रही हैं। असम ने तो शिक्षा और स्वास्थ्य को लेकर कांग्रेस की उपेक्षा को बहुत लंबे समय तक भुगता है। आज असम शिक्षा और स्वास्थ्य का बहुत बड़ा हब बनकर सामने आ रहा है। इसका बहुत अधिक फायदा बराक वैली को मिला है। आज यहां शिक्षा और स्वास्थ्य से जुड़े अनेक बड़े संस्थान बन चुके हैं।

साथियों,

कांग्रेस ने असम के युवाओं को सिर्फ हिंसा और आतंकवाद के कुचक्र में ही उलझाए रखा था। कांग्रेस ने असम को फूट डालो और राज करो की नीति की प्रयोगशाला बनाया। आज असम के युवाओं के सामने अवसरों का खुला आसमान है। आज असम भारत के सेमीकंडक्टर सेक्टर का अहम हिस्सा बन रहा है। यहां नेक्स्ट जेनरेशन टेक्नॉलॉजी से जुड़ा इकोसिस्टम और टैलेंट तैयार हो रहा है। यहां IIT और IIM जैसे संस्थान बन रहे हैं। मेडिकल कॉलेज, एम्स और कैंसर अस्पतालों का सशक्त नेटवर्क बन रहा है। शांति और प्रगति का ये नया दौर, अनेक बलिदानों और अनेक प्रयासों से आया है। अब ऐसी हर ताकत को मुंहतोड़ जवाब देना है, जो असम को पुराने दौर में धकेलने की कोशिश करती है।

साथियों,

आज मैं सिलचर से असम को सावधान-सतर्क भी करना चाहता हूं। आपने कांग्रेस को असम से बाहर किया। आज देश का हर राज्य कांग्रेस को सबक सिखा रहा है। कांग्रेस एक के बाद एक चुनाव हार रही है। अब निकट भविष्य में, कांग्रेस खुद के पराजय के इतिहास की सेंचूरी मारने वाला है। हार की हताशा से भरी कांग्रेस ने देश के खिलाफ ही मोर्चा खोल दिया है। कांग्रेस के नेता देश को बदनाम करने में जुट गए हैं, आपने देखा है, दिल्ली में इतनी बड़ी AI समिट हुई। आज पूरी दुनिया जब आर्टिफिशियल इंटेलिजेंस, AI को लेकर बहुत ही उत्सुक है। दिल्ली में सफलतापूर्वक विश्व की एक नई आशा पैदा करने वाला AI समिट हुआ। दुनियाभर के नेता, दुनियाभर की टेक्नॉलॉजी कंपनियां, टेक्नॉलॉजी के बड़े-बड़े लीडर दिल्ली आए थे। कांग्रेस ने इस समिट को बदनाम करने के लिए कपड़ा फाड़ प्रदर्शन किया। अब कांग्रेस के पास खुद के कपड़े फाड़ने के सिवा कुछ नहीं बचा है। पूरे देश ने कांग्रेस के इस भौंडे और भद्दे प्रदर्शन की आलोचना की। लेकिन दिल्ली में जो कांग्रेस का शाही परिवार है, वो इस कांड को भी अपना मेडल बता रहा है, देश को बदनाम करने वालों की वाहवाही कर रहा है। ऐसी कांग्रेस, जो देश की विरोधी हो, वो किसी राज्य का भला नहीं कर सकती, वो असम के युवाओं का कभी भला नहीं सोच सकती।

साथियों,

आजकल दुनिया में चारों तरफ और हमारे तो अड़ोस पड़ोस में ही युद्ध के हालात और आप सब भलिभांति युद्ध कि क्या भयानकता है, वो रोजमर्रा देख रहे हो। युद्ध से जो स्थितियां बनी हैं, हमारी सरकार उनसे निपटने के लिए, हमारे देश के नागरिकों को कम से कम मुसीबत आए इसलिए हो सके उतने सारे प्रयास कर रही है। हमारा प्रयास है कि देश के नागरिकों पर युद्ध का कम से कम प्रभाव पड़े। इस समय कांग्रेस से उम्मीद थी कि वो एक जिम्मेदार राजनीतिक दल की भूमिका निभाए, लेकिन कांग्रेस देश हित के इस महत्वपूर्ण काम में भी फिर एक बार फेल हो गई। कांग्रेस पूरी कोशिश कर रही है कि देश में पैनिक क्रिएट हो, देश मुश्किल में फंस जाए। और उसके बाद कांग्रेस भर-भर कर मोदी को गाली दे।

साथियों,

कांग्रेस के लिए और कांग्रेस असम के लिए, देश के लिए कांग्रेस का कोई विजन ही नहीं है, इसलिए, इन्होंने अफवाहों को, झूठ-प्रपंच को ही, और जैसे झूठे रील बनाने की इंडस्ट्री खोलकर रखी है, उसी को हथियार बना दिया है। दुनिया में जो ताकतें भारत के तेज़ विकास को नहीं पचा पा रहीं हैं, जिन विदेशी ताकतों को देश की प्रगति रास नहीं आ रही, कांग्रेस देश का दुर्भाग्य देखिए, कांग्रेस उनके हाथ की कठपुतली बनती जा रही है। इसलिए, असम के हर नागरिक को, हर नौजवान को कांग्रेस से सावधान रहना है।

साथियों,

असम हो, बराक वैली हो, अब ये विकास के पथ पर बढ़ चुका है। बराक वैली, अपनी भाषा, अपने साहित्य, अपनी संस्कृति के लिए जानी जाती है। वो दिन दूर नहीं, जब बराक वैली को विकास के नए सेंटर के रूप में पहचान मिलेगी।

साथियों,

आप इतनी बड़ी तादाद में हमें आशीर्वाद देने आए हैं। जो राजनीति के भविष्य की रेखाएं अंकित करने वाले लोग हैं, वो भांति-भांति की जो संभावनाएं तलाशते रहते हैं, वे आज बराक वैली का ये दृश्य, कल बोड़ो समुदाय का वो दृश्य, टी गार्डन वालों के समूह का दृश्य, ये साफ-साफ बता रहा है कि, इस चुनाव का नतीजा भी क्या होने वाला है। और आप इतनी बड़ी तादाद में आशीर्वाद देने के लिए आए हैं, मैं आपका हृदय से आभारत व्यक्त करता हूं और आप सभी को फिर से विकास परियोजनाओं की बहुत-बहुत बधाई देता हूं। मेरे साथ बोलिये-

भारत माता की जय!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!